৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিউৰ’টিক পেইন

লেখকঃ বিপুল কুমাৰ দিহিঙীয়া • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২২
২ মিনিট পঠন • ১৩৭৮ বাৰ পঢ়া হৈছে

গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’

মই কি নাম দিম...

কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ।

সৰ্পিল অৰণ্যৰ বাটেৰে অহা-যোৱা

প্ৰেম বিচাৰি। প্ৰেৰণা বিচাৰি চৰাইৰ ডেউকাৰ সহায় লওঁ

ব্ৰহ্মপুত্ৰৰ চাপৰি। মৰম বিচাৰি টিৰাপ সীমান্ত বগালোঁ

ৰাতিৰ জোনাক। বগলীৰ বগা । আৰু সংগীতাৰ সংগীত।

মাতৰ। মৰমৰ। প্ৰেৰণাৰ।

কিমান সময় হৈছিল। এইদৰে বহি থকাৰ।

কিমান দিনত ভৰি দিছিল আমাৰ ভালপোৱাৰ।

বীজগণিতৰ অংক কৰি কৰি চাকিৰ পোহৰ শেষ হৈছিল।

অংকৰ উত্তৰ নোলাল।

পাইথাগোৰাছৰ ত্ৰিকোণমিতিৰ সূত্ৰ পাহৰাৰ বাবেই

শিক্ষাগুৰুৰ চাট খাইছিলোঁ। মিছা মাতিও পাৰ নাপাইছিলোঁ।

অংকততো মই বেয়া নাছিলোঁ। দিলীপ ছাৰেই ক’ব।

কিয় জানো মোৰ অংকৰ উত্তৰ নোলোৱা হ’ল। জীৱনৰ।

ব
লেখকৰ পৰিচয়

বিপুল কুমাৰ দিহিঙীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)