৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শ্ৰেষ্ঠ ভিক্ষা

লেখকঃ অলকেশ কলিতা • প্ৰকাশিতঃ ৩০ মে’, ২০২২
১ মিনিট পঠন • ৩২৮ বাৰ পঢ়া হৈছে

শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ?

তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ প্ৰতিটো পাত লেৰেলিছে, আকাশ জঁয় পৰি গৈছে।

এটি অতল কুঁৱাৰ তলিত অলপ বালি মাটি আৰু পাথৰৰ তৰপ।

প্ৰাৰ্থনাবোৰে অহা যোৱা কৰা বাটত শুদা হাতে ৰৈ আছোঁ

শব্দৰ দৰে উৎসাৰিত হৈছোঁ, সুৰৰ দৰে তিতি গৈছোঁ।

তোমাৰ ছাঁটো পৰিছে, আবেলিৰ দৰে ক্ৰমাৎ দীঘল, মোৰ পথত ৰ’দ কমিল দিয়াঁ।

ৰ’দ কমি গ’ল, ৰাতিলৈ আমি একেবোৰ আন্ধাৰতে থকাৰ কথা।

অ
লেখকৰ পৰিচয়

অলকেশ কলিতা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)