৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ফ্লেশ্ববে'ক

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ২৬ অক্টোবৰ, ২০২২
১ মিনিট পঠন • ৩৮৩০ বাৰ পঢ়া হৈছে
দাদুল ভূঞা

ফ্লেশ্ববে'কত জিলিকি থাকে কথাবোৰ—

গাভিনী ৰাতিৰ এন্ধাৰত

হেৰাই যায মৈঠুনৰত সংগীত

উচপিচনিৰ দগমগ বেলি এটা

চকুত সাৰে থাকে

সুখৰ নৈত উটি ভাহি ফুৰে

এচমকা তৰল বীৰ্য

ওঁঠত ওঁঠ থৈ

দুটি ওঁঠে কথা পাতে

নৈশব্দৰ নিতাল নৈঋত

গুমগুমণি  মেঘ

প্ৰেমৰ বৰষুণত

ডেউকা ভগা দুটি পক্ষীৰ গানৰ

মাজে-মাজে ফ্লেশ্ববে'ক—

ৰঙৰ পৰা ৰংহীন

আকৌ এন্ধাৰ—পোহৰ

পোহৰ—এন্ধাৰ

চকামকাত ডুলি থাকে

জীৱনৰ সাঁচতীয়া ফ্লেশ্ববে'ক

***

ঠিকনা :

গহপুৰ, মাগনি, বিশ্বনাথ, পিন-৭৮৪১৬৮

ফোনঃ- ৯৮৫৯২৮৯৩২৫

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)