৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
দ
অন্যযুগ লেখক

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ১২ টা

দাদুল ভূঞাৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২৬ May, ২০২৬

ভেকুলী সংগীত

দাদুল ভূঞা পানী মৰিশালিত ডুবি মৰিছে মানুহ এবুকু, এডিঙি তাৰ পাছত গোটেইটো নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি...

কবিতা ৩০ April, ২০২৬

ৰৈ যা সময় কৈ যা কথা

দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ...

কবিতা ২৮ December, ২০২৩

বোধ

দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ...

কবিতা ২৫ September, ২০২৩

ৰুটী

দাদুল ভূঞাএখন ৰুটী সমানে দুভাগ কৰিএভাগ নিজেই ল'লোঁআৰু আনভাগ দিলোঁ— তোমাকবাকী থাকিল কেৱল শূন্যআহাঁ, শূন্যটোক...

কবিতা ২২ August, ২০২৩

গান্ধাৰী

দাদুল ভূঞা চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো ইমানো সহজ নাছিল তিনি জ্ঞানী বান্দৰে কৈছিল— ‘বেয়া নাচাবা, বেয়া...

কবিতা ০৬ July, ২০২৩

বেলিটোক লগত লৈ যাওঁ ব’ল

দাদুল ভূঞা অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি...

কবিতা ২৬ May, ২০২৩

হাতচাপৰিৰ কবিতা

দাদুল ভূঞাসময়ৰ আস্তিন কোঁচাইমেলি দিছোঁ তৰাং পথাৰকম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীতহাতচাপৰিত বিচাৰি ভাল...

কবিতা ৩১ March, ২০২৩

সমন্বয়

দাদুল ভূঞা হাত এখন আগবঢ়াই দিলোঁদলিয়াই দিলাবুকুখন দিলোঁমৰমেৰেদুছেওকৈ কাটি দুটা ভাগ কৰিলাচকু মুদা কুলি হৈ চাই...

কবিতা ২৬ January, ২০২৩

পিঞ্জৰা

দাদুল ভূঞাবাঘৰ গোজৰণিত পাৰ হৈ যোৱাকোলাহল ৰাতিটোৰ পeছতপিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমিক'লা গাড়ীত চাইৰেন...

কবিতা ২৮ December, ২০২২

বুট-জোতা

দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই... পাৰ হৈছিল এলান্ধুৰ...

কবিতা ২৭ November, ২০২২

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব) দাদুল ভূঞাযুদ্ধত উঁৱলি যোৱা চহৰখনলৈযেতিয়া শৰণাৰ্থীসকল উভতি...

কবিতা ২৬ October, ২০২২

ফ্লেশ্ববে'ক

দাদুল ভূঞাফ্লেশ্ববে'কত জিলিকি থাকে কথাবোৰ—গাভিনী ৰাতিৰ এন্ধাৰতহেৰাই যায মৈঠুনৰত সংগীতউচপিচনিৰ দগমগ বেলি...