যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত
এই শৰীৰটো মোৰ বুলি
কোনে জানিছে...
কোনে আনে
মোক খালী কৰি
ফাগুনৰ দুৱাৰডলিলৈ
বতাহে মোক যেনেকৈ পাৰে তেনেকৈ
খুঁচিছে...
ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯
যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত
এই শৰীৰটো মোৰ বুলি
কোনে জানিছে...
কোনে আনে
মোক খালী কৰি
ফাগুনৰ দুৱাৰডলিলৈ
বতাহে মোক যেনেকৈ পাৰে তেনেকৈ
খুঁচিছে...
ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)