৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

লেখকঃ কিশোৰ মনজিৎ বৰা • প্ৰকাশিতঃ ২৭ মাৰ্চ, ২০২৩
১ মিনিট পঠন • ২৯২৬ বাৰ পঢ়া হৈছে

 

গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং

তথাপি তেওঁৰ বাইচিকলৰ পেডেল

ৰৈ নাযায়

 

জুইত পাখি পুৰি মৰিলেও

চগাই ভয় নকৰে জ্বলিবলৈ

 

এই চহৰখনত কি লাগিছে

কোনেও কাৰো চকুলৈ নেচায়

পাচলিৰ দৰতকৈ কম জীৱনৰ দাম

 

পলিথিন পিন্ধা চহৰখনে

মাজে মাজে কচু বেপাৰীজনলৈ ৰৈ থাকে

 

তেওঁ আহে

আৰু

গধূলি বুকুত উদাস মুখ এখন সামৰি ঘৰলৈ 

যায়গৈ

___

 

ঠিকনা:
গড়কাষৰীয়া, মগৰাহাট,
কালুগাঁও, শিৱসাগৰ-৭৮৫৬৬৬,
ভ্ৰাম্যভাষ : ৯৮৫৪৮৪৮৩৫৯
ক
লেখকৰ পৰিচয়

কিশোৰ মনজিৎ বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)