৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বেলিটোক লগত লৈ যাওঁ ব’ল

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ৬ জুলাই, ২০২৩
২ মিনিট পঠন • ৩৯৬১ বাৰ পঢ়া হৈছে

 

অলপ পিছতে ইয়াত এন্ধাৰ হ’ব

বেলিটোকে লগতে

লৈ যাওঁ ব’ল

 

পানীগাঠি বিষত জুৰুলি-জুপুৰি

চকুৰে একোকে নমনি

জৰা, ব্যাধি সকলোতেচোন আছোঁ

 

ডাক্তৰৰ দীঘলীয়া পেছক্ৰিপছন

ছেগুণ কাঠৰ পুৰণি টেবুলত

ঔষধৰ বিজ্ঞাপন

 

 

যোগ, প্ৰাণায়াম, কপালভাতি

মৰ্নিং ৱাক, ইভনিং ৱাক

সকলোতে ঠেলা-হেঁচা

পুৰণি যন্ত্ৰৰ কেঁকনি-গেঁথনি

নিৰুপায়

পুৰণি গাড়ীৰ হেন্দিমেন নাই

নাই ওঁঠত এটি সেউজীয়া হাঁহি

 

 

বৃদ্ধ পেন্সনৰ দীঘলীয়া শাৰীত থিয় দি

ৰৈ থাকোঁ

কঁপা-কঁপা হাতেৰে লিখোঁ

 

এনে এটা দিনলৈ অপেক্ষাৰত

সকলো বেলিঘড়ী

 

ঠিকনা-

গহপুৰ,মাগনি,

বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ - ৮৬৩৮৭১১৯৭৯

 

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)