৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সকলোবোৰেই পৰিৱৰ্তন হয়

লেখকঃ ৰুদ্ৰসিংহ মটক • প্ৰকাশিতঃ ২৫ ডিচেম্বৰ, ২০২৩
১ মিনিট পঠন • ২৬০৯ বাৰ পঢ়া হৈছে

মূল :  বাৰ্টোল্ট ব‌্ৰেখট

বাংলা অনুবাদ : নাসিৰ উজ জামান

অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক

সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে

আপোনাৰ টুটি অহা সৰ্বশেষ নিশ্বাসৰ পৰাই।

যি ঘটিছে সেয়াতো ঘটিয়ে গ’ল। আৰু যি পানী

আপুনি সুৰাৰ সৈতে মিহলালে

সেয়া ছেকি আৰু পৃথক কৰা নাযায়।

যি ঘটিছে সেয়াতো ঘটিয়ে গ’ল। যি পানী

আপুনি সুৰাৰ সৈতে মিহলালে

সেয়া ছেকি আৰু পৃথক কৰা নাযায়।

কিন্তু

সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে

আপোনাৰ টুটি অহা সৰ্বশেষ নিঃশ্বাসৰ পৰাই।

              ০০০

ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰসিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)