৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেম

লেখকঃ ছালমা জামান • প্ৰকাশিতঃ ২১ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ৪৩৩১ বাৰ পঢ়া হৈছে

 ছালমা জামান

ঘৃণাৰ চহৰত এজন উন্মাদ প্ৰেমিকৰ সন্মতিৰ যুঁজত চৰাই হৈ গান গাইছিল তাই

গান গাই থাকোঁতে

মাজে মাজে তাই উচুপিছিল

বৈধ-অবৈধৰ কথা নাভাবি

তাই কৈছিল, ওঁঠৰ বিশ্বাস চুমি তুমিও হ'ব পাৰা দুৰ্দান্ত সাহসী প্ৰেমিক

এগৰাকী শিপিনীয়ে ওৰে ৰাতি কাপোৰত আঁকিছিল চহৰখন

কনক্ৰীটৰ পাঁচ মহলীয়া অট্টালিকা , এহাল কপৌ , এটা দুখৰ ফুল

তাই ভুল নাছিল ,

'' প্ৰেম এটা ভ্ৰম

ঘৰ বনোৱা উজু কাম নহয়।''

তাই ভাবিছিল, চহৰখনত তেওঁ এজন অকলশৰীয়া প্ৰেমিক।

বুকু ধোৱা বৰণীয়া হোৱালৈকে চাই আছিল তেওঁ

গোপনে কপৌহালক মুক্ত কৰি

ছাই হৈ পৰি ৰৈছিল প্ৰেম ।

ঠিকনা : --

ছালমা জামান

কুকুৰীপাৰ , ৱাৰ্ড নং - ৭

ডাকঘৰ - বিলাসীপাৰা

থানা - বিলাসীপাৰা

জিলা - ধুবুৰী

ডাক সূচক নং - ৭৮৩৩৪৮

মোবাইল :৮৪০২৮২৮৬৬২

E -mail - sz831189@gmail.com

https://www.facebook.com/salma.zaman.984?mibextid=2JQ9oc

ছ
লেখকৰ পৰিচয়

ছালমা জামান

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)