— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ
| কবিতা | |
|---|---|
| পৰশুৰাম | নীলোৎপল বৰুৱা |
| কৰ্জা আখ্যান | অমৃত গোস্বামী |
| তেণ্ডুলকাৰৰ কন্যাদান আৰু শগুনবোৰ | নিজৰা ৰাজকুমাৰী,মাধুৰ্য্য গোস্বামী |
| মলেঁয়া | দাদুল দেৱকৃষ্ণ বৰুৱা |
| লেন্সৰ মাজেৰে “কাঁচিচিনিঠু” | কংকণ বৰা |
| ব্লাউজ | ৰেমী শৰ্মা |
| ৰাম কথা | অজন্ত কুমাৰ বৰা |
| সূত্ৰ | ৰাজীৱ বৰা |
| কথকী চৰাইবোৰ মৰাৰ পাছত | মনোজ নেওগ |
| ৰ'দে-বৰষুণে ইমান যে গান | লোকনাথ গোস্বামী |
| গৈৰিক ভৈৰৱ | উদয় কুমাৰ বৰুৱা |
| প্ৰেম | ছালমা জামান |
| জোন | হিল্লোলজ্যোতি সিংহ |
| কবিৰ সংজ্ঞা | আকাশ দীপ্ত ঠাকুৰ |
| নাহৰ পাতত ব’হাগ | বিকাশ গোহাঁই |
| যুদ্ধ, বিধ্বস্ত শৈশৱ ইত্যাদি | লুইতজ্যোতি শৰ্মা |
| চিলিক'ছিছ | স্বপ্নালী কলিতা |
| নষ্ট সময়ৰ ইলিজি | প্ৰজ্ঞাপাৰমিতা বৰুৱা |
| মুক্ত বীক্ষণ | |
| সুচল সংগ্ৰহালয় | পঙ্কজ প্ৰতিম বৰদলৈ |
| গল্প | |
| শালকঠীয়া | মুনমী দত্ত হাজৰিকা |
| স্বৰলিপিবিহীন কান্দোন | গীতিমণি গোস্বামী(বৰঠাকুৰ) |
| মানুহ – অমানুহ | চিত্তৰঞ্জন ওজা |
| নাংচেং | অংগনা ভট্টাচাৰ্য্য |
| শিশুজগত | |
| শৰতৰ গান | ৰচনা পাঠক |
| ওমলা পদ্য | নিৰু দত্ত |
| ওমলা-পদ্য | অৰুণ গগৈ |
| অচিন জগতত বাটলু | স্মৃতিৰেখা দেৱী |
| ইতিহাস এষণা | |
| মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয় | ড° ৰক্তিম ৰঞ্জন শইকীয়া |
| অনুবাদ | |
| মৃত্যুৰ পথেৰে | মূল : পাবলো নেৰুডা |
| অসমত বৃত্তিমূলক (Vocational) শিক্ষা | ড° বুলজিৎ বুঢ়াগোহাঁই |
| কলা কি? | মূল :লিও টলষ্টয়ৰ ‘What is Art?’ |
| মহাকবি কালিদাসৰ ঋতুসংহাৰম্ | অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত |
| মেহমুদ ডাৰউইচ | অনুবাদ-ড°ৰঞ্জিত দত্ত |
| সম্পাদকীয় | |
| শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ | অন্যযুগ সাহিত্য পৰিষদ |
| প্ৰবন্ধ | |
| প্ৰথাগত ধৰ্ম আৰু মানৱতাবাদৰ যুঁজ | বাসুদেব দাস |
| উপন্যাস | |
| ধেৱাই ধোৱা ধৰণী | অজিত ছিংনাৰ |
| মহাবৃত্ত | মৃদুল শৰ্মা |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।