৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ১৬ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৪

অদৃশ্য

চন্দ্ৰ শইকীয়া এনেকৈয়ে চলি থাকে হৃদয় চলি থাকে সময়! সংসাৰৰ জ্বালা যন্ত্ৰণাৰে ক্ষত বিক্ষত অনেক ভৰুণ হৃদয়! স্তব্ধ হৃদয়ত লিখা নাথাকে...

চন্দ্ৰ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৪

ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত

অৰ্চনা ঠাকুৰীয়া প্ৰায়ে আমি ভ্ৰমত ডুবোঁ ভ্ৰমতে মৰোঁ কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি হাবুদুবু খাই পিছলি পৰে প্ৰেৰণা হয়গৈ কামনা...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৪

মণিপুৰ ডায়েৰী

বেদান্ত নাথ ১ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকৰ্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী...

বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২৪

গাঁওবোৰ গাঁও হৈ থাকক

অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল &n...

অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২৪

মোৰ দেশৰ মাটিৰ কথা

হিল্লোলজ্যোতি সিংহ আলতীয়া মাটিৰ পোৰা গোন্ধে কঠিন কৰে মাটিৰ চাকি শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে কেঁচা মাটিৰ...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২৪

উৰুকা নিশাৰ সম্প্ৰীতি

নিৰু দত্তশীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ...

নিৰুদত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২৪

কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

ড০ বিমল বৰা বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই...

ড০বিমল বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৪

পদ্মাসনত

ৰত্নোত্তমা দাস বিক্ৰম পাহাৰত আজি পূৰ্ণিমা বগা, ছঁয়া-ময়া জোনাকৰ টঙিজাল এখন শীতৰ ৰাতিৰ পাহাৰ দূৰৰ সৌ ওখ টিঙত বহি কোন সেয়া? শিৱ? তেওঁৰেই...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৪

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজি�...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৪

ৰ’দে বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (১) মই বেছেৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২৪

জীৱনৰ কথা

ধ্ৰুৱকুমাৰ তালুকদাৰ জীৱনক, মই নমস্কাৰ কৰিলোঁ৷ ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷ আমি দুয়ো বহিলোঁ ওচৰা-উচৰিকৈ প্ৰায় গাতে গা লগাকৈ - আমি...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২৪

যাওঁগৈ ব’লা চাওঁগৈ

জোনমণি দাস ১. নোকোৱাকৈ নোৱাৰি স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো সেয়া ময়েই, শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ড৷...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২৪

পানী

মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে...

মানস প্ৰতিম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

নাৰীবাদ

বন্দনা কৌশিক বৰদলৈ বাট এটাৰে গৈ থাকোঁতেমুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

জোখমাখ

অন্বেষী বৰা যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা যুগলবন্দীৰ লক্ষ্য...

অন্বেষী বৰা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(২৪) ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

ঘৰে পদূলিয়ে

যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ? কি ভুল হ’ল আমি যদি মেজ�...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

ধ্ৰুৱসত্য

হিল্লোলজ্যোতি সিংহ (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত) চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হা�...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৪

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত কত কথা হৈ যায় কো‌ৱা - তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম ক’ৰবাত কোনোবাখিনি�...

পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২০ নৱেম্বৰ, ২০২৪

সময় কথক হ’লে...

উদয় কুমাৰ বৰুৱা জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ অহাৰ বাটেৰে স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল ঠটা মাটিত মোৰ উদং ভৰিৰ...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১৫ নৱেম্বৰ, ২০২৪

এই লহমাৰ সিপাৰে

জ্যোতিনীলিমা গগৈ সুদীৰ্ঘ দিন মোৰ অহা যোৱা আন্ধাৰ বাটেৰে কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন কেতিয়াবা...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১১ নৱেম্বৰ, ২০২৪

কুকুৰ প্ৰেমিক

গজেন মিলি ডিঙিত ৰছী বান্ধি এৰাল দি কুকুৰ ভাল পোৱা প্ৰেমিক বহু দেখিছোঁ সেই কামটো কৰিবলৈ অলপ ধনী হ’ব লাগে এই পৰিচয় চৌখিনতাৰ নিজে গঢ়ি...

গজেন মিলি পঢ়ক →
কবিতা আৰ্কাইভ
১১ নৱেম্বৰ, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী বৰগীত শিকাহে হ’ল, পিছে গোৱা নহ’ল : ২৭ (১৯৬৮) জানুৱাৰিৰ পৰা পুৱাই পুৱাই বেলি নৌ ওলাওঁতেই শোৱাৰ পৰা উঠি চাইকেল মাৰি দ...

লোকনাথ গোস্বামী পঢ়ক →