৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

১ আঘোণ ২০২৫

লেখকঃ বিকাশ গোহাঁই • প্ৰকাশিতঃ ২৯ নৱেম্বৰ, ২০২৫
১ মিনিট পঠন • ১৭৩৪ বাৰ পঢ়া হৈছে

 বিকাশ গোহাঁই

 

পথাৰবোৰ ভৰপক ৷

দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে

কোনো উৎসাহ নাই এইবেলি

প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে

গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে

বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে

লুইতখন বাম হৈ আহিছে৷

বালিচৰ! বালিচৰ!!

আগুৱাই যাব পাৰিম নে মই

নাওখন মোৰ লাগি ধৰিছে পলসত৷

 

 

 

 

 

ঠিকনা : 

বিকাশ গোহাঁই

ধেমাজি চাৰিআলি, জিলা পৰিষদৰ ওচৰত

ড° ৰাজেন্দ্ৰ প্ৰসাদ পথ

ধেমাজি- ৭৮৭০৫৭

ফোন : ৮০১১৯৪৪৮৫৫

 

ব
লেখকৰ পৰিচয়

বিকাশ গোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)