৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গছবোৰ নহ'লে এৰি যাম চহৰখন

লেখকঃ উজ্জ্বল স্মৰণ দত্ত • প্ৰকাশিতঃ ২৯ নৱেম্বৰ, ২০২৫
২ মিনিট পঠন • ৩১০০ বাৰ পঢ়া হৈছে

                       

                                        উজ্জ্বল স্মৰণ দত্ত 

 

গছবোৰ  নহ'লে এৰি  যাম 

তোমাৰ  চহৰখন  এদিন ৷

 

মাটিৰ  বুকুতে এধানি গছ

শিপাই  থাকে

জিৰাওঁ  ছাঁত 

 

মানুহ  বাঢ়িলে  গছ নাথাকে

গছে  এই  কথা  জানে

আধুনিক চহৰখন দেওলগা

মোটত  মোট  সলায় ৷

 

নিজানৰ নিজান ৰাতি

গছবোৰে ইনাই বিনায় 

শুনি  থাকো  মই

পক্ষী সাক্ষীৰ সাক্ষী ৷

 

গছবোৰ ধৰাৰ আঁত

বুজাবোৰে  নুবুজে

শুনাবোৰে  নুশুনে ৷

 

কঙাল চহৰখনৰ  কঙাল মন

নোজোৰাক নোজোৰে 

গছ নোহোৱা চহৰখন

অচিনৰ অচিন মোৰ

 

অচিন  চহৰখন 

যাম গৈ এদিন এৰি ৷

 

 

উ
লেখকৰ পৰিচয়

উজ্জ্বল স্মৰণ দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)