৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঘিণ ঘিণ দাও ঘিণ

লেখকঃ ধন দাস • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২৫
২ মিনিট পঠন • ৪৪৬৯ বাৰ পঢ়া হৈছে

 ধন দাস

কবিতা লিখা নাই 

কথাবোৰ হুবহুকৈ 

যেনেকৈ দেখিছোঁ ঠিক তেনেকৈ

কামটো নোহোৱালৈকে 

ভৰি চেলেকিছোঁ 

তেল পিছলা কথাৰে গছত উঠাইছোঁ

পোকৰত লাগি ফুৰিছোঁ 

কাম শেষ 

সকলো শেষ তাৰ পeছত 

ধিন্‌-চেক ধিন্‌-চেক 

হেণ্ড-শ্বেক 

চৰিত্ৰত চেক 

পাছৰ কথাখিনি 

অহে' সামাজিক লোক, দেখহ শুনহ

সূত্ৰ =  বচন শুনহ ফে'চবুকত 

           বচন শুনহ ফে'চবুকত 

কাম নোহোৱালৈকে 

ভাতৰ কাঁহীৰ এফালে তেওঁ আনফালে 

কোনটো ফ্লেভাৰ

মজা ক'ত 

প্ৰসাৰ প্ৰচাৰ 

সকলো কৈ শেষ 

সকলো দি শেষ 

বাকী কি থাকিল

কাম শেষ 

এতিয়া লংকাপতি 

সকলো জানো তাৰ কথা 

সি বোলে কবি 

তাক লগ পালে ক'বি 

কবিৰ পাত তৰপে তৰপে খুলিম 

পাছৰখিনি 

সকলোৱে জানে 

অ'হে' সামাজিক লোক, দেখহ শুনহ 

এহি বুলি হামাৰ এখন কিতাপৰ প্ৰৱেশ দেখহ

গ্ৰন্থমেলাই গ্ৰন্থমেলাই 

ঘিণ  ঘিণ দাও ঘিণ ...


ধ
লেখকৰ পৰিচয়

ধন দাস

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)