৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
ধ
অন্যযুগ লেখক উপনামঃ ধন দাস

ধন দাস

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ৭ টা

ধন দাসৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২৬ August, ২০২৬

তুমিহীনতা

ধন দাসকি এক অদ্ভুত নিচাএই যে তুমিহীনতা সৰল ৰেখা এডাল হ'ব নোৱাৰে পথ সময়ক কটাই থাকিব নোৱাৰি এনেয়েঠিক তেতিয়াই...

কবিতা ২৭ November, ২০২৫

ঘিণ ঘিণ দাও ঘিণ

ধন দাসকবিতা লিখা নাই কথাবোৰ হুবহুকৈ যেনেকৈ দেখিছোঁ ঠিক তেনেকৈকামটো নোহোৱালৈকে ভৰি চেলেকিছোঁ তেল পিছলা কথাৰে...

কবিতা ২৩ December, ২০২৩

কবি হোৱাৰে পৰা

ধন দাস সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল আৰু আজি মই কছৰৎ কৰি আছোঁ লাহ দিয়া বেলিটোক...

কবিতা ২২ March, ২০২৩

চাৰিওটা বেলেগ

ধন দাস১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁইওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি এইমাত্ৰ উজাই আহিব...

কবিতা ১৪ February, ২০২৩

ধেই

ধন দাসকবিতা এটা লিখাৰ অন্তত্মই ভীষণ অসুখী লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটিকাৰণ বিচাৰি ফুৰোঁ ।হস্তমৈথুনৰ...

কবিতা ০৬ December, ২০২২

মৰদ কো দৰদ নেহি হ'তা হ্যেঁ

ধন দাস পুৰুষৰ বাবেই নগৰৰ দেৱালবোৰত লিখা হয় 'ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে' বিশেষ কথাটো হ'ল সেইখিনিতেই সিবিধ লাগে...

কবিতা ২৪ June, ২০২২

বিষয় বিষধৰ

ধন দাসহতচকিত ঈশ্বৰআচৰিত কি তৈয়াৰ কৰিলেদুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ...