৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৫ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

হেৰাই যোৱাৰ কবিতা

কৌশিক জ্যোতি বৰা নিমাওমাও চহৰ খনৰ মাজেৰে পাৰ হৈ আহোঁতে বিয়লিৰ বেলি পৰিল বিন্দুতে সিন্ধু বিচাৰি মূৰৰ ওপৰেৰে উৰি গ'ল এজাক বলিয়া বতাহ আৰু...

কৌশিক জ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

শকুন্তলা

গায়ত্ৰী দেৱী বৰঠাকুৰ উত্তৰাখণ্ডৰ ঘৰবোৰ ফাঁটোতে যোশীমঠৰ বেৰবোৰ কঁপোতে শকুন্তলাৰ চেলফোন আছিল ফ্লাইট ম’ডত মন আকাশত নিৰন্তৰ উৰি আছিল...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

তৰুণ লেখকৰ সমস্যা

টুনুজ্যোতি গগৈ যোৱা চাৰিবছৰ ধৰি ‘দয়-কাও-ৰং একাডেমি’ৰ উদ্যোগত আমি নিয়মীয়াকৈ বিভিন্ন সাহিত্য কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা আয়োজন কৰি...

টুনুজ্যোতি গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

কমলা সুন্দৰী

মিণ্টুল হাজৰিকা ইমান বিষাদৰ দিন নৈ ওফন্দি উঠা বাৰিষা ভোকে আহি গচকিছিল মাথাউৰিৰ ৰাজহাড় কমলাৰ কপালৰ লিখন ঘোলা কণীৰ কুহুমটোৰ দৰে মায়াৰ...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

সৰল মানুহবোৰৰ মৃত্যু হৈছিল

অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰেউদং আকাশৰ তলতউশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়তওঁঠত ফুলিছিল...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৮ মে’, ২০২৬

টোপনি এজোপা ধুনীয়া গছ

উদয় কুমাৰ বৰুৱা হয়, টোপনি এজোপা ধুনীয়া গছ হিয়া জুৰণীয়া পাখিলাহী তনু কাজল চকুত নিয়ৰকণাৰ সজল সমাৰোহ বাহিৰত এতিয়া বিষাক্ত বতাহ তেজেৰে জীপ...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১৮ মে’, ২০২৬

কিছুমান কথা নিশিকাই ভাল

দেৱাঙ্গ ভূষণশাহুৰ পাকঘৰত সেইদিনা তাইৰ প্ৰথম পুৱা!তাইৰ চকুকেইটা কোঠাটোত চুঁচৰি ফুৰিল,কি বিচাৰিছিল তাই কোনেও নাজানিলে। তায়ো।চিনা-নিচিনা...

দেৱাঙ্গ ভূষণ পঢ়ক →
কবিতা আৰ্কাইভ
১০ মে’, ২০২৬

ৰাবীন্দ্ৰিক

প্ৰয়াগ শ‌ইকীয়া জীৱন নহয় সৰলৰৈখিক ভালপোৱাটো বিষয় নহয় ঐচ্ছিক ভালপোৱাটো সদায় ঐশ্বৰিক আহাঁ হ‌ওঁ অলপ ৰাবীন্দ্ৰিক প্ৰেম পাইছা যদি...

প্ৰয়াগ শ‌ইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১০ মে’, ২০২৬

পথাৰৰ শোকগাঁথা

‎গায়ত্ৰী ফুকন ‎ ‎ধীৰে ধীৰে হেৰুৱাইছোঁ তোমাৰ ঠিকনা ‎বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ ‎ ‎তোমাৰ বুকু খান্দি পোৰা মঙহেৰে গঢ়ি তুলিছোঁ...

‎গায়ত্ৰী ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ

উৎপল বৰকটকী অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা অব্যৱস্থা ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰ�...

উৎপলবৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

ৰৈ যা সময় কৈ যা কথা

দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহু�...

দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৬

পঢ়ুৱৈৰ টোকা : কৰবী ডেকা হাজৰিকাৰ কবিতা ‘আলাপ’

ড॰ চন্দনজ্যোতি চুতীয়া ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ...

ড॰চন্দনজ্যোতি চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৬

সুন্দৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ উজ্জ্বলতাৰে যুগজয়ী...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৬

প্ৰেমৰ কবিতা এটা

কিশোৰ মনজিৎ বৰা চেৰেক চেৰেক চৰাইৰ তীৰ্যক মাতটো নুশুনিও শুনো তাঁতশালৰ ৰঙাফুল নেদেখাকৈয়ো দেখো বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি...

কিশোৰ মনজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৬

মেঘৰ ঢোলত মঘাইৰ হাতৰ চাপৰ

ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
২৪ এপ্ৰিল, ২০২৬

জ'হৰ

নৱ ৰাজনযেন অন্য এক ৰামায়ণ।পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী...

নৱ ৰাজন পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

ৰূপান্তৰ

বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ...

বন্দনা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

বোধ

মৃদুল শৰ্মা(যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত)কি আনন্দ-উল্লাসতহাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায়আকাশ ফালি সাগৰৰ বুকু কঁপাইকোন বিষণ্ণতা...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

এটি প্ৰতিশ্ৰুতি

ৰূপাঞ্জলী নেওগ সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন...

ৰূপাঞ্জলী নেওগ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

সাধু এটা

দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন...

দেৱাশিস হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

তিনিটা কবিতা

অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন...

অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

পানী পৃথিৱী

উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি… *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ...

উমানন্দ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মাৰ্চ, ২০২৬

সুৱাসত তোমাৰ উপস্থিতি

ড০ নিতালী বি কোঁৱৰ(উৎসৰ্গা : জুবিনগাৰ্গ ) তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো...

ড০নিতালী বি কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মাৰ্চ, ২০২৬

আশাবাদী সমীকৰণ

অঞ্জুমণি ভৰালীএখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া একাপ ফিল্টাৰ কফি... গৰম * যিমান দূৰলৈ চাব পাৰি গোটেই...

অঞ্জুমণি পঢ়ক →