কবিতা (Poetry)
আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।
এটা পথিক চৰাই
দিপলীপ বৰা বুকুৰ ভিতৰত এখন শুকাই যোৱা অৰণ্য জীয়াই আছে গছবোৰ থিয় হৈ আছে কিন্তু পাতবোৰে বহুদিনৰ আগতেই পোহৰৰ...
নিয়ৰবোৰে হাঁহি আছিল
অংকুৰণ আৰ্ফ কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল ঠিক মনালিছাৰ দৰে কুঁৱলীৰ আঁৰত কঁপি আছিল নুবুজা কবিতা শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল...
কবিতাৰ সুখ-অসুখ
অৰ্চনা পূজাৰী সকলো কবিয়ে জানে কবিতাৰ বজাৰখন মন্দা তথাপিও কবিতা লিখে ৰঙীন চোলাৰে কবিতাৰ কিতাপে বজাৰত ভিৰ কৰে বিপনিবোৰ সঁচাকৈ শুৱনি হৈ...
সাৰমেয়ৰ জীৱন আৰু আধুনিক সমাজ
নন্দিতা চক্ৰৱৰ্তী “ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস না...
পঞ্চদশ আৰু ষোড়শ শতিকাত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট
ড০ পঙ্কজ প্ৰতিম বৰদলৈ পঞ্চদশ আৰু ষোড়শ শতিকাত অসমৰ ৰাজনৈতিক ইতিহাসে ভূখণ্ডীয় বিস্তাৰ, ৰাষ্ট্ৰ-গঠন, ৰাজনৈতিক সহাৱস্থান আৰু সামাজিক...
আনিছ উজ্ জামানৰ কবিতা : আত্মমগ্নতাৰ পৰা সমাজমুখী চিন্তালৈ
ৰাজীৱ বৰা প্ৰায় ছটা দশকজোৰা কাব্য-পৰিক্ৰমা সামৰি যোৱা ২০ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে আনিছ উজ্ জামানৰ কায়িক প্ৰস্থান ঘটিল৷ কবিতাৰ মৃত্যু...
ঘোঁৰাটো কবিতাটোৰ সতে বাগৰি পৰিল
মূল : মহম্মদ দাৰউইছ, পেলেষ্টাইনঅনুবাদ : ড° ৰঞ্জিত দত্ত কবিতাটোৰ সতেঘোঁৰাটো বাগৰি পৰিলসেই সুন্দৰী মহাকাশবিজ্ঞানীগৰাকীয়েনানাৰঙী...
চলচ্চিত্ৰ সমালোচনা : ‘তাৰে জমিন পৰ’
প্ৰণীতা কাকতি চলচ্চিত্ৰখনৰ সৈতে সম্পৰ্কিত সাধাৰণ তথ্য : ...
সপোনৰ দুৱাৰত
ঋতুবাস্তৱ হাজৰিকাৰাতিৰ নিৰ্জন দুৱাৰতকোনোবাই টুকুৰিয়াইছিলহয়তো মোৰেই কোনো অচিনাকি সত্তাশব্দবোৰে কাপোৰ সলাইনীৰৱতাৰ ভাষা পিন্ধিছিলদুটা ছাঁ...
জুবিনক্ষেত্ৰ
জ্যোতিৰেখা হাজৰিকা জুবিন মইজ্বলি আছোঁ এয়া চন্দন কাঠৰ জুই একুৰা হৈজুবিন মইতোমালোকৰ বুকুত ভালপোৱাৰ মন্ত্ৰ থাপিদুচকুত বোৱাইঅশ্ৰুৰ সাগৰ...
দিখৌৰ কি দোষ কি দোষ দিখৌৰ
মানসী গগৈ এডিঙি পানী একঁকাল বোকা পোত গ’ল ৰং-তুলিকা দিখৌপৰীয়াৰ দুৰ্দশাৰ ছবি কেনেকৈ আঁকিবা আছে দুডৰা খেতি-মাটি সৰুকৈ এখন বাৰী গোটাই লৈছে...
ছিৰিয়াৰ মুছলমান শিশুবোৰ
মূল হিন্দী : বিহাগ বৈভৱ অনুবাদ: কবিতা কৰ্মকাৰ আল্লাৰ বাগিচাত চোতালে চোতালে সিহঁত দৌৰি থাকিব লাগিছিল কিন্তু বোমা বিস্ফোৰণত বিধ্বস্ত পথ�...
নেপালীখুঁটিৰ চিঞৰটো
নিৰোদ গোহাঁই আৰু কিছুমান ঘটনা ঘটিবলৈ বাকী আছে নঘটা আগতে বাটতে ৰৈ ভাবোতে গছ এজোপাই মোলৈ চাই হাঁহি আছিল আমৰলি এজনীয়ে কামূৰি দিছিল হেৰাই...
বুকুত কঢ়িয়াই ফুৰোঁ জোনাক
গীতুমণি তালুকদাৰ বাট চাই থাকোঁ সেই দিনটোৰ বাবে যিদিনা এজনৰ বুকুৰ পোহৰ নিঃশব্দে গৈ আনজনৰ বুকু পোহৰাই তুলিব আৰু এন্ধাৰে নিজৰ ভিতৰতে...
ভ্ৰমণৰ টুকুৰা ছবি
অংগনা চৌধুৰী (১) আমাৰ বিমানখন সেইসময়ত মেঘৰ মাজেৰে উৰা মাৰিছিল মুম্বাইৰ পৰা মলডিভছ্লৈ৷ আনন্দ আৰু উৎকণ্ঠাত মন উগুল-থুগুল৷ নিৰ্দিষ্ট...
ভ্ৰমিত সময়
উদয় কুমাৰ বৰুৱা মন যোৱাটো আৰু মন নোযোৱাটো মনৰেই কথা মনে আমাক নিয়ন্ত্ৰণ কৰে নে আমি মনক নিয়ন্ত্ৰণ কৰোঁ এনে প্ৰশ্নৰ অৱতাৰণা কৰি পাৰ...
নাৰী : সৃষ্টিৰ কঠিয়াতলি নে ভোগৰ সামগ্ৰী?
নন্দিতা চক্ৰৱৰ্তী মানুহে যেতিয়ালৈকে প্ৰকৃতিৰ ৰাজ্যত বাস কৰিছিল তেতিয়ালৈকে ধৰ্মৰ উৎপত্তি হোৱা নাছিল আৰু পুৰুষ নাৰীৰ মাজত কোনো...
মুখস্থ বিদ্যাৰ বন্ধনৰ পৰা উদ্ভাৱনী চেতনালৈ
মৃগাংক জ্যোতি বৰুৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে তেওঁৰ বহুপঠিত গ্ৰন্থ Wings of Fire-ত উল্লেখ কৰা এফাঁকি কবিতাই...
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, দশম অধ্যায়দুটা কলিজাৰ ঢুক্-ঢুক্ এক/ কোমল টোকৰটো বাঢ়ি গৈ গৈ… তাৰিখটো মই লিখি ৰাখিছিলোঁ, পোন্ধৰ আগষ্ট...