৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা (Poetry)

আধুনিক আৰু সমসাময়িক অসমীয়া কবিতাৰ শিতান।

মুঠ ১১৯৭ টা লেখা
পৃষ্ঠা ৩ / ৫০ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

মৃত্যু-আকাংক্ষা

সূতপুত্ৰ ৰাধেয় কস্তুৰী কাঁচি জোনবোৰৰ মেলা বহিছে এটেকামাৰ ডাৱৰহীন ৰাতিত শিলৰ পৰা জঁপিয়াইছে ইকেৰাছে উৰিবলৈ গঢ়ি মমৰ পাখি হাৰ্বাৰ্ট আৰু...

সূতপুত্ৰ ৰাধেয় পঢ়ক →
কবিতা আৰ্কাইভ
২৯ আগষ্ট, ২০২৬

অভিপ্ৰায়

মূল : চিচিলিয়া মেইৰেলেছ, ব্ৰাজিলঅনুবাদ : ড°ৰঞ্জিত দত্তমই গীত গাওঁ কাৰণমুহূৰ্তবোৰৰ অস্থিত্ব আছে আৰু পূৰ্ণতা লাভ কৰিছে মোৰ জীৱনে।মই...

অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ আগষ্ট, ২০২৬

অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈ– ‘ষ্টিলৱেল ৰ’ড’ৰ ৰোমাঞ্চকৰ কাহিনী :

অমৃত গোস্বামী মোৰ বন্ধু, প্ৰখ্যাত চিত্ৰশিল্পী শ্ৰী চম্পক বৰবৰা ডাঙৰীয়াই সিদিনা কথা প্ৰসঙ্গত মোক জুৰী বৰা বৰগোহাঞি ডাঙৰীয়ানীৰ...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ আগষ্ট, ২০২৬

অপৰাজেয় অৰ্জুন ভোগেশ্বৰ বৰুৱা : সততা আৰু সাধনাৰে সুন্দৰ এক প্ৰেৰণাময় ব্যক্তিত্ব

অংকুৰণ আৰ্ফ জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক নামতিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট৷ বাইকেৰে যাওঁ৷ মাজতে পাই যাওঁ জেৰেঙা;...

অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ আগষ্ট, ২০২৬

তুমিহীনতা

ধন দাসকি এক অদ্ভুত নিচাএই যে তুমিহীনতা সৰল ৰেখা এডাল হ'ব নোৱাৰে পথ সময়ক কটাই থাকিব নোৱাৰি এনেয়েঠিক তেতিয়াই তুমি পথৰুৱা মালিতা এটা হৈ...

ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

বনে-বিৰিখে

মধুমিতা মহন কিছু দিনৰ আগেয়ে কাণ বাগৰি অহা গানবোৰ আমাৰ চোতাল জুৰি বিৰবিৰাই আছিলেহি চাবলৈ ভাল আছিল উঠা নমা কৰি থকা বৃষ্টিৰে পৰিপূৰ্ণ...

মধুমিতা মহন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

জীৱন-সংগীত

ড০ ৰাস্না ৰাজখোৱা বিশ্বাস কৰা নে নকৰাঁ নাজানো আতঁৰি যোৱাৰ কথা নাছিল আকাংক্ষা আৰু উৎকণ্ঠাই হাতত ধৰি লাহে লাহে লৈ গৈছিল নিলগলৈ......

ড০ ৰাস্না ৰাজখোৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

ভালপোৱা অথবা পথাৰ বিষয়ক

মানস প্ৰতিম দত্ত শালি খেতিৰ বন-বাত নিৰাই জোনটোৱে খণ্টিখন ক’ত বা গুজিছে বিন্ধাই ভাঙি ছিঙি শেষ কৰিব পাৰেনে ভোকৰ ভাত মোৱা মাছৰ চিতিপনি...

মানস প্ৰতিম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

সাহসী এজন

হৰেকৃষ্ণ ডেকা তেওঁলোকে কয় মেৰুৰ ঘূৰ্ণীবতাহ প্ৰৱল হৈ পৰিছে। কিছু অশান্ত বতাহ তাৰ পৰা ওলাই আহিছে। বতাহজাক গৃহহীন আৰু ক্ৰুদ্ধ আৰু সিহঁতৰ...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

অতিক্ৰমণ

প্ৰজ্ঞান প্ৰতিম শৰ্মা সূৰ্য্যস্নাতা দুখন নৈৰ দোমোজাৰ আন্ধাৰত থিয় হওঁ৷ মোৰ চকুৰ মণি ছেদ কৰি পাৰ হৈ যায় নীড়মুখী বগলীৰ জাক৷ লাহে লাহে...

প্ৰজ্ঞান প্ৰতিম শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

এজাক পোহৰ গিলা কীট

হেমচন্দ্ৰ কছাৰী অণ্ডকোষত মাইক্ৰ’প্লাষ্টিকৰ ভৰ শূন্য এটাৰ কিৰিলিত নিদ্ৰা সৰিছে সপোন ভাগিছে নিদ্ৰাহীনতা মানেই কেৱল তগৰ-জবা অথবা...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

কথা

মাধুৰী সন্দিকৈ জুই-পানী নিষেধত নেটৱৰ্ক বগাই অহা কথা মনে মনে থাকিব পৰা বুধিয়কৰ নানান অসুবিধাৰ সুবিধাজনক কথা কামুৰিবলৈ অহা বৰল মানেই...

মাধুৰী সন্দিকৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

জোন পুৰাণ

উদয় বৰুৱা বিদীৰ্ণ আশাত বন্দী হৈ তুমি আকাশলে’ চালা আৰু আকাশখন উজলি উঠিল পোহৰত সেইদিনা ঘৰত বিজুলী নাছিল কিনো ঈশ্বৰৰ ইচ্ছা জোনটো নামি...

উদয় বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৬

সভা এখন আছে দিশপুৰত!

ৰৌচন আলি সভা এখন আছে দিশপুৰত! কা কা কৰি ৰমিলিয়াই থকা কাউৰীয়েম'ৰাৰ দৰে পেখম ধৰেদিশপুৰৰ সভাত...অৰণ্যৰ বুকু উদং কৰিনগৰীয়া হ'ল কাউৰীবোৰ...

ৰৌচন আলি পঢ়ক →
কবিতা আৰ্কাইভ
২৪ আগষ্ট, ২০২৬

মালেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৩১) মলেঁয়াক আপেল গছজোপাৰ তলত শুৱাই দিয়াৰ পাছতো ষ্টেপান বহু সময় তাতেই বহি থাকিল। বহি থাকিল মাৰ্ক', ডেনিকা আৰু...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৩ আগষ্ট, ২০২৬

সময়ৰ স’তে

শান্তনু তামূলী সময়ৰ স’তে ধেমালি কৰোঁ... কেতিয়াবা সময়ক লৈ চাৰিআলিৰ অস্তিত্বহীন বিশাল বটগছজোপাত এৰি থৈ অহা হাঁহিৰ সৈতে ধেমালি কৰোঁ...

শান্তনু তামূলী পঢ়ক →
কবিতা আৰ্কাইভ
২৩ আগষ্ট, ২০২৬

এটা পশ্চিমৰ সাধুকথা

সিদ্ধাৰ্থ শংকৰ কলিতা নৈশব্দৰ উশাহ লৈছিল সাগৰখনে এখন নাৱৰ পৰা উটি আহিছিল বৈৰাগী বাউলৰ সুৰ তাই তলৰ পৰা চাইছিল দাও দাওকৈ জ্বলি থকা একুৰা...

সিদ্ধাৰ্থ শংকৰ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
১ আগষ্ট, ২০২৬

তুমি তোমাৰ নহয়

শ্ৰী প্ৰাণজিৎ মহন্ত তুমি তোমাৰ নহয় কম ডাঙৰ কথা ফুলে নাজানে ফুল ফুলৰ নহয় তৰাই নাজানে তৰা তৰাৰ নহয় মেঘে নাজানে মেঘ মেঘৰ নহয় আমি গৈ...

প্ৰাণজিৎ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১ আগষ্ট, ২০২৬

এটা প্ৰেমৰ কবিতা

বন্দনা কৌশিক বৰদলৈ (১) কোনোবাই কোনোবাই কয়, স্মৃতিৰ প্ৰতিৰূপ নাথাকে কিজানি প্ৰেমৰো ময়ো মোক কওঁ, সেই কথা নাভাবোঁ নাভাবোঁকৈ থাকোঁতেই...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৬

হামিদ

গায়ত্ৰী দেৱী বৰঠাকুৰ বয়স নোহোৱাকৈ বুজন হৈ পৰা হামিদক আজি চিনাকি কৰি দিওঁ বুলি ভাবিছোঁ সময় আছে নে আপোনাৰ? আইতাকৰ বাবে লোহাৰ চেপেনা...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৬

বেশ্যা

উৎপল বৰকটকী ৰাতিবোৰে তেওঁৰ ঠিকনা জানে৷ দিনৰ চহৰে তেওঁক চিনি নাপায়৷ মুখবোৰ প্ৰতিদিন সলনি হয়; কিন্তু চকুবোৰৰ পিয়াহ একে থাকে৷ তেওঁ নিজৰ...

উৎপল বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৬

বানপানী

মনালিছা শৰ্মা শূন্যৰ পৰা শূন্যলৈ যোৱা অংকটো কেৱল নিসৰ্গয়েহে জানে৷ যোগ-বিয়োগৰ ব্যাকুল জীৱনে তৎ নাপাওঁতেই সহসা জলধিয়ে বুৰাই নিয়ে কালৰ...

মনালিছা শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৬

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৩০) মিষ্টাৰ ইগৰ লৰালৰিকৈ টেলিফোনটোৰ ওচৰলৈ গ'ল। ঘৰৰ নম্বৰ ডায়েল কৰি খবৰ পঠালে— তেওঁৰ চিকিৎসাৰ বেগটো সোনকালে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →