৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শূন্যতা

লেখকঃ বন্দনা কৌশিক বৰদলৈ • প্ৰকাশিতঃ ২৭ মে’, ২০২৬
১ মিনিট পঠন • ২০০৮ বাৰ পঢ়া হৈছে

 (জোনমণি দাসৰ সোঁৱৰণত)

বন্দনা কৌশিক বৰদলৈ

 



যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে জানেনে
পদাৰ্থ বিজ্ঞানৰ শূন্যৰ ধাৰণাক অস্বীকাৰ কৰিও থাকি যায় বুকুত এনে ঠাই কিছুমান
য’ত গতি স্তব্ধ
গণিত শাস্ত্ৰ আৰু কাব্যিক মূল্যাংকনক বাদ দি
শূন্য মানে আপোনাৰ, মোৰ দৰে সাধাৰণ মানুহবোৰৰ বাবে
বুকু বিন্ধি যোৱা
খালী ঠাই এটুকুৰা মাত্ৰ
যাক কোনো সংখ্যাৰ লগত পূৰণ কৰি মূল সংখ্যা ঘূৰাই পোৱা
  নাযায়
পাৰ নেদেখা আকাশৰ সিটো পাৰলৈ
যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে আনকি এইটোও নাজানে
মাইনাছ শূন্য ডিগ্ৰী চেলচিয়াছটো
তেওঁলোক হৈ থাকিব পাৰে অচল, অক্ষত৷
 

ব
লেখকৰ পৰিচয়

বন্দনা কৌশিক বৰদলৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)