৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৪ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
ইতিহাস এষণা ৩০ এপ্ৰিল, ২০২৩

কমতাপুৰৰ কাহিনী

ড° ৰক্তিম ৰঞ্জন শইকীয়া কমতাপুৰ হ’ল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাঁথা৷ প্ৰথমে কমতাপুৰ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷ এসময়ত এই...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ এপ্ৰিল, ২০২৩

উত্তৰণ

পাপৰি গোস্বামী অঞ্চলটো গাওঁৰ পৰা চহৰলৈ পৰিণত হোৱা বেছিদিন হোৱা নাই। ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে ভোট দি অহা ৰাইজে এইবাৰ...

লেখকঃ পাপৰি গোস্ৱামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২৩

নিত্যানন্দ মৰিছে

নীলাভ সৌৰভ নিত্যানন্দই তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ নগৰৰ হস্পিটেললৈ গৈছিল অঞ্চলটোত চাঞ্চল্যৰ বতাহ প্ৰতিদিনে ঘৰলৈ অহা-যোৱা কৰিবলৈ খৰচ...

লেখকঃ নীলাভ সৌৰভ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২৩

ভৱপ্ৰজ্ঞা

প্ৰয়াগ শইকীয়া Cadaver is a teacher প্ৰণাম তেওঁলোকক যি মৃত্যুৰ পাছতো পায় গুৰুৰ স্থান সদা উজ্জ্বল প্ৰভাময় প্ৰজ্ঞাৰ আধাৰ প্ৰাণহীন শৰীৰৰো যাৰ...

লেখকঃ প্ৰয়াগ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২৩

শূন্যগৰ্ভ কলহৰ কাব্য

জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ কলহৰ...

লেখকঃ জোনমণি দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২৩

মই নাথাকিলোঁ

ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি মাটিত পৰিছিল...

লেখকঃ ধ্ৰুৱকুমাৰ তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ এপ্ৰিল, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত— ৬

তপন কুমাৰ শৰ্মা “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই...

লেখকঃ তপন কুমাৰ শৰ্মা সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ এপ্ৰিল, ২০২৩

জীৱন সংগী

অনামিকা বৰা এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্‌ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ নিম্ন...

লেখকঃ অনামিকা বৰা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ এপ্ৰিল, ২০২৩

কিছু সাহিত্যিক চিন্তা-দুঃচিন্তা

আমাৰ সমাজখনত আন আন ক্ষেত্ৰৰ লোকসকলতকৈ সাহিত্যিক-গায়কৰ সমাদৰ বেছি৷ একেদৰেই আন আন ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকতকৈ আমাৰ সমাজত সাহিত্যিক আৰু...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ এপ্ৰিল, ২০২৩

উচ্চশিক্ষানুষ্ঠানৰ মূল্যায়ন

ড০ প্ৰাঞ্জল বেজবৰা ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখত সততে আলোচিত এটা বিষয় হৈছে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ গুণমান। বিশ্বৰ প্ৰেক্ষাপটত আমাৰ...

লেখকঃ ড° প্ৰাঞ্জল বেজবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ এপ্ৰিল, ২০২৩

পুতলা পুৰাণ

উজ্জ্বল স্মৰণ দত্ত বত্ৰিছ পুতলাৰ সিংহাসনত পুতলা ৰজা বহিছে পুতলাৰ দেশৰ পুতলাবোৰ পুতলা হৈ আছে দেখা নাই বেয়া কোৱা নাই বেয়া শুনা নাই বেয়া...

লেখকঃ উজ্জ্বল স্মৰণ দত্ত সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ এপ্ৰিল, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || একাদশ অধ্যায় ||ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক,বিচাৰিলে কাকপাখিৰ দৰে চুলি বন্ধা...

লেখকঃ কৌস্তুভমণি শইকীয়া দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ এপ্ৰিল, ২০২৩

সাগৰৰ গোলাপ

কবি- জোৱান ৰেমন জিমিনেজঅনুবাদ- ড° ৰঞ্জিত দত্ত(গীতিধৰ্মী কবিতাৰ কাৰণে ১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেইনৰ কবি Juan Ramon Jimenez...

লেখকঃ মূল:জোৱান ৰেমন জিমিনেজ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ এপ্ৰিল, ২০২৩

বসন্তৰ কল্লোলত তোমাৰ আগমন

বিজয় শঙ্কৰ শৰ্মা দলংখন সদায় পাৰ হওঁ মই অকোৱা-পকোৱা এটি দীঘল বাটআৰু চুটি পদূলি তুমি কাষত থাকাঁপ্ৰতিটো পলতেই বাজি থাকেমাথো জীৱনৰ গান ভাহি আহে...

লেখকঃ বিজয় শঙ্কৰ শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ এপ্ৰিল, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

(ধাৰাবাহিক শিশু-উপন্যাস)বিদিশা দত্ত (২) পুৱাৰ বেলিয়ে হাবিখনক সম্পূৰ্ণকৈ পোহৰাই তুলিবলৈ পোৱাৰ আগতেই ভুচুৱে সাৰ পালে। গাঁতৰ ওচৰতে পোক...

লেখকঃ বিদিশা দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৩

কুঁহিয়াৰ কথা

স্বপ্নালী কলিতা কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে...

লেখকঃ স্বপ্নালী কলিতা সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ এপ্ৰিল, ২০২৩

ভালপোৱাৰ এসাঁজ ভাত

প্ৰতীক্ষা বৰা ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট। আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা-কটা, অন্যায়-অবিচাৰ, অঁৰিয়াঅঁৰি...

লেখকঃ প্ৰতীক্ষা বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৩

খবৰ

ৰিপুঞ্জয় বৰুৱা ঋমন মানুহে কয় ভগৱানৰ সৃষ্টিত ভুল হৈছে মই হেনো পাগল । নিজক বিচাৰি নোপোৱা ছবি এখনত বাৰে বাৰে নিজকেই বিচাৰি এনেয়ে যিকোনো কথা...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৩

প্ৰান্তত

বৰ্ণালী বৰা এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখেজুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে...

লেখকঃ বৰ্ণালী বৰা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ এপ্ৰিল, ২০২৩

বচা বকুল

ৰমানন্দন বৰা ছাব্বিছ দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷ দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ এপ্ৰিল, ২০২৩

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

ড° বুলজিৎ বুঢ়াগোহাঁই উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল - সাধাৰণ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
সংস্কৃতি ২৭ এপ্ৰিল, ২০২৩

বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

পদ্মজা বৰুৱা মহন প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য...

লেখকঃ পদ্মজা বৰুৱা মহন সম্পূৰ্ণ পঢ়ক →
সংস্কৃতি ২৭ এপ্ৰিল, ২০২৩

নিউৰ’টেকন’ল’জি

ড০ ভাৰত বৰুৱা আজিৰ যুগটো এনে হৈ পৰিছে যে প্ৰায় সকলো মানুহেই সকলো সময়তেই কিবা নহয় কিবা এবিধ ইলেক্ট্ৰ’নিক সঁজুলিৰ লগত কিবা নহয় কিবা প্ৰকাৰে...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৩

সপোনৰ সোণালী বাহ

ড০ ৰমেশ চন্দ্ৰ গোস্বামী হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয় সপোনটোৱে৷ ময়ূৰপংখীৰ টিঙত বহি নৈৰ বুকুৰে উজাই কেনি উটি যায় (লংকাৰ বণিজ বিচাৰি!) উদ্দাম...

লেখকঃ ড° ৰমেশ গোস্বামী সম্পূৰ্ণ পঢ়ক →