৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৭ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
উপন্যাস ২৬ মাৰ্চ, ২০২৩

কমাৰ্চিয়েল পাইলট (Commercial Pilot)

ড° বুলজিৎ বুঢ়াগোহাঁই পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১। ভাল...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ মাৰ্চ, ২০২৩

এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন

ড০ ভাৰত বৰুৱা উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই...

লেখকঃ ড° ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ মাৰ্চ, ২০২৩

লোকেল ব’হাগ

(কল্পবিজ্ঞানভিত্তিক গল্প) ৰঞ্জু শৰ্মা সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ...

লেখকঃ ৰঞ্জু শৰ্মা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৪ মাৰ্চ, ২০২৩

এমা ছুঞ্ছ

মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunzইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunzঅসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা...

লেখকঃ মূল: হৰ্হে লুই বৰ্হেছৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২২ মাৰ্চ, ২০২৩

২০২৩-ৰ অস্কাৰ আৰু ক্ল'জ

নিজৰা ৰাজকুমাৰী ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ'ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ মাৰ্চ, ২০২৩

নিলিখা কবিতাৰ কথা

কুমুদ ঘোষসকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো।নিলিখা কবিতাটোক সাক্ষী...

লেখকঃ ড° কুমুদ ঘোষ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ মাৰ্চ, ২০২৩

চাৰিওটা বেলেগ

ধন দাস১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁইওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি এইমাত্ৰ উজাই আহিব কবিতাআৰু অপমৃত্যু ঘটিব!২) ছাগলী...

লেখকঃ ধন দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ মাৰ্চ, ২০২৩

পচলা

ভাস্কৰ জে নাথখাবলৈ অনাটো পচলা কোনেনো নাজানে এই কথাননাটো ডাঙৰ হ’ব কলডিলীয়া হাঁহি মাৰি কল লাগিব থোকভৰি অন্ততঃ ভাত নহ’লে কল চলি যায় চলিহাপৰাৰ...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
গল্প ২ মাৰ্চ, ২০২৩

বিভ্ৰমৰ জগতত এটা সেউজীয়া গল্প

পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো...

লেখকঃ পল্লৱী কৌশিক শৰ্মা সম্পূৰ্ণ পঢ়ক →
কাৰ্টুন ১ মাৰ্চ, ২০২৩

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " মাৰ্চ,";...

লেখকঃ নিতুপৰ্ণ ৰাজবংশী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৮ ফেব্ৰুৱাৰী, ২০২৩

নদী সূত্ৰধাৰ, চিন্তা বিস্তাৰ!

পংকজ প্ৰতিম বৰদলৈ কিতাপ বৰ্তমান সময়ত এক চৰ্চিত বিষয়। কিতাপৰ বিষয়বস্তু, মুদ্ৰণ, প্ৰকাশনৰ পৰা ধৰি ভৱিষ্যতলৈকে আদিক লৈ বহু তৰ্ক বিতৰ্ক চলি...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ ফেব্ৰুৱাৰী, ২০২৩

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি ...

লেখকঃ আৰাধ্যা শুভলক্ষ্মী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৮ ফেব্ৰুৱাৰী, ২০২৩

ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

সঞ্জীৱ সভাপণ্ডিত ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian) আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ ফেব্ৰুৱাৰী, ২০২৩

শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ

নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ-সজ্জা’ৰ চৰ্চা...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৮ ফেব্ৰুৱাৰী, ২০২৩

গীতাঞ্জলী ছানৰাইজৰ কাব্যগ্ৰন্থ - “ইনফিনিটি”

ৰুদ্ৰ সিংহ মটক “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ ফেব্ৰুৱাৰী, ২০২৩

এল ডৰাড’

অব্যক্ত নিৰ্বাণ ৰাজখোৱা(প্ৰাক্‌কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধান�...

লেখকঃ অব্যক্ত নিৰ্বাণ ৰাজখোৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ফেব্ৰুৱাৰী, ২০২৩

নিজাৰ পৰা জীৱন

মানসী গোস্বামী এজাৰ নিজাৰ পৰে পকি পকি সৰে ডালিম তেজা শালিকা হয় তুলা আহে একেই থাকে পাছবাৰীৰ তাঁতশাল একেই থাকে আগবাৰীৰ ইন্দ্ৰজিত মালতী মাথোঁ...

লেখকঃ মানসী গোস্বামী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ ফেব্ৰুৱাৰী, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত

তপন কুমাৰ শৰ্মা(৪) এসময়ত এখন দেশত... ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে...

লেখকঃ তপন কুমাৰ শৰ্মা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ ফেব্ৰুৱাৰী, ২০২৩

নামঘৰ আৰু অসমীয়া

অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ফেব্ৰুৱাৰী, ২০২৩

একুৱেৰিয়ামৰ মাছ

ড° স্মৃতিমালা শৰ্মা “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷” “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?” আৰণ্যকৰ উত্তৰত থতম�...

লেখকঃ ড° স্মৃতিমালা শৰ্মা সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ফেব্ৰুৱাৰী, ২০২৩

বিমূৰ্ত মোৰ নিশাটি যেন…

অসীম তালুকদাৰ কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই...

লেখকঃ অসীম তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ফেব্ৰুৱাৰী, ২০২৩

অৰণ্যাৰ্ত

ববিতা কলিতা খবৰ পাইছেনে? মই হেনো মৰিছোঁ! মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো...

লেখকঃ ববিতা কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ফেব্ৰুৱাৰী, ২০২৩

দুৱাৰ

তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় - দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ অহা...

লেখকঃ তৃপ্তি দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ফেব্ৰুৱাৰী, ২০২৩

এই যে বতৰ

বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ ইটি...

লেখকঃ বিপুল কুমাৰ দিহিঙীয়া সম্পূৰ্ণ পঢ়ক →