৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৮ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ৩০ জানুৱাৰী, ২০২৫

প্ৰাকৃতিক-অপ্ৰাকৃতিক

হিল্লোলজ্যোতি সিংহ দুছেও কৰিলেও কেইদিনমানৰ পাছতেই মূৰ দাঙি থিয় হয় কচুৰ কুমলীয়া পাত মাঘতে হওক বা বহাগত কেইবামাহো পৰি থকা কুন্দাটো আঁতৰোৱাৰ...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৮

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা অগণন৷ আখৰৰ পৰা...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৫

স্মৃতিশক্তিৰ বিষয়ে আৰু এটা কবিতা

অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ মনত ৰখা এটা বেচ টান কাম৷ এটা জটিল কাৰবাৰ৷ কিমান যে কৌশল কৰি মনত ৰাখিবলগীয়া হৈছিল অঙ্কৰ ফৰ্মূলা...

লেখকঃ কুমুদ ঘোষ সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ৩০ জানুৱাৰী, ২০২৫

বৰ আচৰিত বিশেষত্বৰ জাতি এটা!

যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ জানুৱাৰী, ২০২৫

নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’পলজিৰ সপোনৰ পিছত” গল্পত গ্ৰাম্য জীৱন চিত্ৰণ

বিশ্বজিৎ শইকীয়া ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই...

লেখকঃ বিশ্বজিৎ শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৯ জানুৱাৰী, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷ দুই ৷৷ জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ...

লেখকঃ জয়ন্ত মাধৱ বৰা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জানুৱাৰী, ২০২৫

মহাবীৰ আৰু অৱলাৰ ইতিকথা

মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায় অনুবাদ : বাসুদেব দাস এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ...

লেখকঃ বাসুদেব দাস সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৯ জানুৱাৰী, ২০২৫

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱীপোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জানুৱাৰী, ২০২৫

বিপুল খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ : বিশ্বাস বনাম বাস্তৱতা

দীপজ্যোতি বৰা ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীৰ্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ...

লেখকঃ দীপজ্যোতি বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ জানুৱাৰী, ২০২৫

ৰাতি

অৰুণ গগৈ ৰাতিৰ নিজানত কাণ পাতি শুনো হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত মোৰ উৰুখা পঁজাৰ মজিয়াত জোনৰ লুকা-ভাকু পোহৰ মই ৰাতিৰ নীৰৱতা�...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ জানুৱাৰী, ২০২৫

সৰা পাতে ক’ব বসন্তৰ কথা

সঞ্জীৱ বৰুৱাসৰা পাতৰ খৰমৰণিত সাৰ পাই উঠা মৰা ৰাতিটোৰ দৰে অহা-কাইলৈও আহিব নেকি অন্য এটা শীতল ৰাতি? এইবেলি শীতৰ স্পৰ্শত সৰি পৰা উৰিয়ামৰ...

লেখকঃ সঞ্জীৱ বৰুৱা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জানুৱাৰী, ২০২৫

কলা কি?

মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস(১০) কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন কালত কেৱল...

লেখকঃ বিৰিঞ্চিকুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ জানুৱাৰী, ২০২৫

খুচুৰা ২.০

প্ৰতীক্ষা বৰা : এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে? : হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে...

লেখকঃ প্ৰতীক্ষা বৰা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৮ জানুৱাৰী, ২০২৫

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২৫)এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জানুৱাৰী, ২০২৫

মুখৰ কাহিনী

মদাৰজ্যোতি মুখবোৰে ফুলবোৰলৈ চাই আছে ফুলবোৰে পখিলালৈ মুখবোৰে ফুলবোৰলৈ চাই আছে ফুলবোৰে বেলিলৈ এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতককমুখবোৰে চাই...

লেখকঃ মদাৰজ্যোতি সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৭ জানুৱাৰী, ২০২৫

এনালছ স্কুল আৰু অসমৰ ইতিহাস চৰ্চা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ইতিহাস চৰ্চা এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চৰ্চাৰ জনক বুলি ধৰোঁ, তেন্তে খ্ৰীষ্টপূৰ্ব...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জানুৱাৰী, ২০২৫

সপোনপুৰী

মূল : লুইচ কেৰ'ল (Lewis Carroll, Dreamland, ইংৰাজী) অনুবাদ : ড° ৰঞ্জিত দত্তযেতিয়া মাজ নিশাৰ কুঁৱলীবোৰে ছানি ধৰে পৃথিৱীখনৰ সকলোবোৰেইনিমগ্ন...

লেখকঃ ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ জানুৱাৰী, ২০২৫

শ্যামলতা

অংগনা ভট্টাচাৰ্য্য “মৌ-মেল” স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট...

লেখকঃ অংগনা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৩ জানুৱাৰী, ২০২৫

ৰ’দে বৰষুণে ইমান যে গান

লোকনাথ গোস্ৱামী মন-দাপোনত - ৭ (১) দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২২ জানুৱাৰী, ২০২৫

পানীহিলৈ

গোবিন কুমাৰ খাউণ্ড(দুই) আমজোপাৰ তলত দপদপকৈ জুই একুৰা ধৰি পিঠাৰ টোপোলাটো খুলিবলৈ লওঁতেই মিলিটেৰীৰ ফোনটো বাজি উঠিল৷ ‘বৰদেউতা, ঘৰতে আছেনে?’...

লেখকঃ গোবিন কুমাৰ খাউণ্ড সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৫

বাৰাণ্ডা

ৰৌচন আলি বাৰাণ্ডাত বহি চাই আছোঁ ৰ’দলৈ ৰ’দে চাই আছে আমালৈ আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ এখন বাৰাণ্ডাৰ ঘৰ বুলিলেই...

লেখকঃ ৰৌচন আলি সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৫

বৰ্ষাশেষৰ পদ্য

উদয় কুমাৰ বৰুৱা লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ বতাহত গুঞ্জন তুলি কোলাহলবোৰ কেতিয়াবাই গুচি গৈছে পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ কলমটিয়াই...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৫

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা আৰ্চিৰ সমুখত থিয় হৈ আপুনিও এজন নাৰ্চিচাছ। কেৱল আপুনি ৰূপান্তৰিত নহয়। মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে যাতে আপুনি আপোনাৰ...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জানুৱাৰী, ২০২৫

খাকীবোৰ

ধ্ৰুৱজ্যোতি দাস এইযে কিছুমান খাকীৰ তলত থকা জীৱ কিনো বনৰীয়া পাই ! ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে মনত পৰে৷ কপৌফুল বা...

লেখকঃ ধ্ৰুৱজ্যোতি দাস সম্পূৰ্ণ পঢ়ক →