৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৪ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ৩১ অক্টোবৰ, ২০২৪

মৌচুমী বড়া বৰুৱাৰ কবিতাত জীৱনসত্য আৰু সমাজ জিজ্ঞাসা

ৰুদ্ৰ সিংহ মটক মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩০ অক্টোবৰ, ২০২৪

অমৰা আৰু ক্ৰেব নেবুলা

মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷ তাৰ...

লেখকঃ ৰঞ্জনা দত্ত সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ৩০ অক্টোবৰ, ২০২৪

"ধ্ৰুপদী ভাষা" অসমীয়া সম্পৰ্কে কিছু চিন্তা

ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।এই স্বীকৃতিৰ উদ্দেশ্য হৈছে এই ভাষাসমূহ হেৰাই যোৱাৰ পূৰ্বেই...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ অক্টোবৰ, ২০২৪

ৰাম-কৃষ্ণ মুকুন্দ/ অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ

অমৃত গোস্বামী “ৰাম-কৃষ্ণ মুকুন্দ/ “অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ/ আৰে অ’, তোমাৰ বচন স্বামী”... ভাতৃসম প্ৰতিৱেশী গোঁহায়ে ফোন‌ কৰি...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৪

শেষ প্ৰহৰৰ কিয়দংশ

উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল বিশালতাক...

লেখকঃ উৎপল বৰকটকী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৪

বধ্যভূমি

কেশৱ চাউ ওপজোঁতে আমি নগ্ন আছিলোঁ আৰু যামগৈও নগ্ন দেহাৰে তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি সীমা গচকি মাটি ঠেলি কৰিবানো কি বাঢ়িব কেৱল এক...

লেখকঃ কেশৱ চাউ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৯ অক্টোবৰ, ২০২৪

বতৰৰ বতৰা

নৱনীতা ভট্টাচাৰ্য্য(৪) ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ অক্টোবৰ, ২০২৪

কি নাম দিওঁ তাক

আব্দুচ ছামাদ এক : ইছলাম ছাৰৰ চেকনি আৰু এটা সময়ত মোৰ বিশ্বাস হ’ল যে ইমান দিন মই ভোগ কৰি অহা অশান্তিৰ বেছিখিনিৰ মূলতে সি৷ বিশ্বাস হওঁতে মই...

লেখকঃ আব্দুচ ছামাদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৪

বাইদেউ

মূল : মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰভাবানুবাদ: যশোৱন্ত নিপুণ বাইদেৱেকে কান্দিছিল৷ আপ্পুৱে বাইদেৱেকে কন্দা দেখিবলৈ ভাল পোৱা নাছিল৷ তাই...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৪

দীপাৱলী

লক্ষী প্ৰসাদ ৰেগন শব্দ আৰু চিকমিক বিজুলীৰ ভয়ত মই গোটেই ৰাতি ডুলি এটাৰ ভিতৰত সোমাই থাকিলো বাহিৰত কি শব্দ কি পোহৰ বাপৰে বাপ নঙলা-মুখৰ...

লেখকঃ লক্ষী প্ৰসাদ ৰেগন সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ অক্টোবৰ, ২০২৪

সাম্প্ৰতিক অসমীয়া চুটিগল্পত কুইয়ৰ চেতনাৰ স্বৰূপ বিচাৰ

বিশ্বজিৎ শইকীয়াসাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্ৰকাশ পায়...

লেখকঃ বিশ্বজিৎ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৪

আঁত ধৰাৰ বাট

উজ্জ্বল স্মৰণ দত্ত পট সলাইছিল কাহিনীয়ে ধোবাং বাং মেলা সামৰিব পৰা নাই কথাবোৰ ৷ বলা যুগপট বা গাত কথা নলগা গতিৰে জিনা আথাউনি বাট নাপায় থাউনি...

লেখকঃ উজ্জ্বল স্মৰণ দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৪

‘বৈদিক ভিলেজ’ৰ দুৰ্গাপূজা আৰু ভাললগা সময়

অংগনা চৌধুৰী কলকাতা মহানগৰীত দুই-তিনিবাৰমান দুৰ্গাপূজা চোৱাৰ অভিজ্ঞতা ইতিমধ্যেই স্মৃতিৰ জোলোঙাত সোমাই আছিলেই৷ সেই হৈ-চৈ, সেই ভিৰ-ভাৰ, অজস্ৰ...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৪

ৰুবেন ডাৰিঅ’ (Rubén Darío)ৰ কবিতা

অনুবাদ - পংখী কাজল কায়স্থ ৰুবেন ডাৰিঅ’ৰ প্ৰকৃত নাম আছিল ফেলিক্স ৰুবেন গাৰ্চিয়া চাৰ্মিয়েণ্ট৷ তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ১৮ জানুৱাৰি�...

লেখকঃ অনুবাদ-পংখী কাজল কায়স্থ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৪

তৃতীয় বিশ্বৰ কবিতা

ধীমান বৰ্মন এয়া প্ৰথম বিশ্বৰ আকাশ এঙেৰুৱা মেঘ এছটাত আঁউজি কহুঁৱাৰ বতৰ মাজে মাজে নীল কেনভাছত ব্ৰাছ বোলাইছে এন্ধাৰ বৰণৰ শিল্পই এয়া প্ৰথম...

লেখকঃ ধীমান বৰ্মন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৪

বাটলু-গুটি

স্বপ্নালী কলিতা মাটিৰ ফচ্‌ফচীয়া লডি এটিত পানীৰ সংমিশ্ৰণে কৰে বাটলু কেতিয়াবা প্ৰতিহিংসা কেতিয়াবা বিনোদন আৰু কেতিয়াবা সি হয় নিজক কৰা পৰীক্ষাৰ...

লেখকঃ স্বপ্নালী কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ অক্টোবৰ, ২০২৪

শৰৎ

সঞ্জীৱ বৰুৱা শৰৎ মানেই সেউজীয়া তৰাং নদীৰ চৌপাশে হালি-জালি ফুলি থকা লাস্যময়ী কঁহুৱা । শৰৎ মানেই নিয়ৰত প্ৰাণ পোৱা ৰাতিপুৱাটো মুকুতা হেন...

লেখকঃ সঞ্জীৱ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ অক্টোবৰ, ২০২৪

আশা বাদ

বিভাৰাণী তালুকদাৰ বহুদিনৰ আগতে সমাপ্তি ঘটা প্ৰেমৰ বোজা কঢ়িয়াব পৰাকৈ স্মৃতিও কেতিয়াবা আল্‌ফা- ফিমেল নহয় উপন্যাসৰ শেষ পৃষ্ঠাত যদিও ভাবিব...

লেখকঃ বিভাৰাণী তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ অক্টোবৰ, ২০২৪

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৫

(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী বৰপেটাৰ নাওখেল। দৰ্শকৰ মাজতেই হওক বা প্ৰতিযোগীসকলৰ মাজতেই হওক —উছাহৰ শেষ...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ অক্টোবৰ, ২০২৪

দুপৰৰ গণিত

হিল্লোলজ্যোতি সিংহ ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা সমুখ�...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৫ অক্টোবৰ, ২০২৪

অসমী আই

অৰুণ গগৈ অসমী আই মোৰ চিৰ সেউজীয়া ইয়াতেই ডাঙৰ হৈ ৰচিছো সপোন সুৰীয়া ৷ ৰূপহী অসমী আই অতি মৰমৰ, লভিলো ইয়...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ অক্টোবৰ, ২০২৪

কিচকিচিয়া ক'লা পোহৰৰ ঘৰ

কবি : হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন'বেল বটা ২০২৪ চন)অনুবাদ : ড° ৰঞ্জিত দত্ত সিদিনা উই-ডঙতএজাক শিলাবৃষ্টি হৈছিল আৰু মোৰ চকুৰ পৰা বাগৰি...

লেখকঃ ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ অক্টোবৰ, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩৪ অৰ্জুন৷ সৰ্বশ্ৰেষ্ঠ যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!! এই অভিধাবোৰে মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ কৰিছে অসহনীয়ভাৱে৷ আশৈশৱ যি...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ অক্টোবৰ, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰদুই ৰাতিপুৱা দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু তেমেকাহঁতৰ ঘৰ�...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →