সহ-অভিনয় আৰু অসম
অবন্তিকা পৰাশৰ(ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অবন্তিকা পৰাশৰ(ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম...
অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ মহাজনৰ...
যশোৱন্ত নিপুননৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ...
ধ্ৰুৱাৰ্ক চৌধুৰীসুনীল আকাশৰ বুকুতউৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰেপাহাৰৰ সৈতে আলিংগনৰ খেলা কৰেআকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ...
প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ...
কিশোৰ দাস কোঁৱৰ মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷ সৃষ্টিৰ আদিম সভ্যতাৰে...
মৃণালকান্তি মহন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ...
ধৰিত্ৰী বৰুৱা বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ লাগে...
ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছেঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম নোপোৱাকৈ...
প্ৰেমনাৰায়ণ নাথ আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ আঙুলি...
হৰেকৃষ্ণ ডেকা মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপাফুলিছে ৷ মই দূৰত ৷ ইয়াত প্ৰৱাসৰ শৰৎ ৷তাত পাতৰ ৰঙীন মদ। আজি কুঁৱলী পৰিছে। ইমান দূৰত,ইমান দূৰত!যোৱা...
অমৃত গোস্বামী পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ...
প্ৰশান্ত মিশ্ৰ ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা...
স্বপ্নালী কলিতা"এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই"ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়াহোৱাৰ কথাটো কিবাগোলমলীয়াৰামে অযোধ্যাত যুৱৰাজৰ ভাও...
নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " অক্টোবৰ,";...
নীলোৎপল বৰুৱা অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ নিজা...
দীপিকা শইকীয়া মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে হঁয়কলি...
হিল্লোলজ্যোতি সিংহ - নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ... নোখোৱাকৈ পাৰ কৰিছোঁ বহু...
দ্বীপৰাজ ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ একুৰা জুই । খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো নোৱাৰি...
নীলিম কুমাৰ বহু বছৰ হ’ল দেউতাই আমাক এৰি থৈ যোৱাৰ৷ ওহোঁ! এৰি যোৱা বুলি ভাবিছিলোঁহে! এৰা নাছিল৷ কিয়নো আজিকালি মই অকলে গাড়ী চলাই থাকিলে মোৰ...
জ্যোতিষ্মান দাস ইউৰোপৰ ‘যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ ‘আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই উত্থান...
সত্যজিৎ গগৈ অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ সংগ্ৰহৰ...
প্ৰাঞ্জল বেজবৰা আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্ৰায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক সুখৰ...
পঙ্কজ প্ৰতিম বৰদলৈ বিংশ শতিকাৰ অন্যতম পুৰুধা ব্যক্তি মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা হোৱাই নহয়, ভাগৱত, পুৰাণ, গীতা আৰু...