৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৬ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
অনুবাদ ২৬ ছেপ্টেম্বৰ, ২০২৪

এজন কবি দিয়াঁ এগৰাকী প্ৰেয়সীলৈ

মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা)অনুুবাদ : ড° ৰঞ্জিত দত্তমোক এজন কবি দিয়াএগৰাকী প্ৰেয়সীলৈযাৰ শব্দবোৰৰ পৰশমখমলৰ দৰে কোমল,মৰণশীল...

লেখকঃ মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা) সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৬ ছেপ্টেম্বৰ, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱীতথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ছেপ্টেম্বৰ, ২০২৪

শেষ

হিল্লোলজ্যোতি সিংহ “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ছেপ্টেম্বৰ, ২০২৪

কোলাহল

যশোৱন্ত নিপুণ যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা কোলাহলে...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৪ ছেপ্টেম্বৰ, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ(ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰা�...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৪ ছেপ্টেম্বৰ, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৪ ছেপ্টেম্বৰ, ২০২৪

পৃথিৱীৰ অসুখৰ খবৰ কোনে ৰাখিছে

পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৩ ছেপ্টেম্বৰ, ২০২৪

মইনাৰ পূজা

অৰুণ গগৈ নিয়ৰ সৰি সৰি তিতি আছে চোতালৰ দুবৰি বন, পূজা আহিল বুলি মইনাৰ উলাহে নধৰা মন ৷ বিবিধ বস্তুৰে উপচি পৰিছে দুৰ্গা পূজাৰ মেলা, মাকৰ স’তে...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ১৬ ছেপ্টেম্বৰ, ২০২৪

কলা কি?

লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদঅনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৭)সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি? &n...

লেখকঃ মূল :লিও টলষ্টয়ৰ ‘What is Art?’ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৬ ছেপ্টেম্বৰ, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী-৮ - (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজ�...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ১৬ ছেপ্টেম্বৰ, ২০২৪

বঙহৰ জুই

অংগনা ভট্টাচাৰ্য্য শীলভদ্ৰাৰ টোপনি নাহিল৷ তাই বিছনাখনতে বহি লৈ আঁঠু দুটাৰ মাজত মূৰটো গুজি দিলে৷ ক্ষন্তেক এনেকৈয়ে থকাৰ পাছত তাইৰ বুকুখন...

লেখকঃ অংগনা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ১৬ ছেপ্টেম্বৰ, ২০২৪

২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি : এক ঐতিহাসিক দৃষ্টিভংগী

বাব‌্‌লু প্ৰসাদ বৰুৱা (প্ৰথম খণ্ড) ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়ামৰ ইতিহাস যুগ যুগ ধৰি ইয়াৰ মূল আৰ্য-সনাতনী ধাৰাৰ বৃহত্তৰ আৰু মহত্তৰ কলিতা...

লেখকঃ বাব‌্‌লু প্ৰসাদ বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ৭ ছেপ্টেম্বৰ, ২০২৪

হৰিণা পোৱালি

ক্ষিপ্ৰকল্প গগৈগাঁওখন বহুত সলনি হ’ল! আগৰ খলা-বমা, কেঁচা, নাঙঠ আলি-পদূলিবোৰক এতিয়া বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ...

লেখকঃ ক্ষিপ্ৰকল্প গগৈ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৭ ছেপ্টেম্বৰ, ২০২৪

এপইনমেণ্ট উইথ লাভ

মূল : চুলেমিথ ইশ-কিশোৰ অনুবাদ : পংকজ কুমাৰ নেওগ ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী – নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন বুথৰ ওপৰত ৰখা...

লেখকঃ মূল:চুলেমিথ ইশ-কিশোৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৭ ছেপ্টেম্বৰ, ২০২৪

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন মৰা শামুকৰ খোলা এটা কুৰুকি কুৰুকি সোমাই আছোঁ শংখ এটাত সোমাব পৰা হ’লে ভাল আছিল তুমি হয়তো দেখিলাহেঁতেন শংখটো! তোমাৰ...

লেখকঃ প্ৰাঞ্জল কুমাৰ লাহন সম্পূৰ্ণ পঢ়ক →
কবিতা ৭ ছেপ্টেম্বৰ, ২০২৪

অলপ মেটাফৰিকেল

চুনা কুমাৰ পাঠৰী ১. ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা...

লেখকঃ চুনা কুমাৰ পাঠৰী সম্পূৰ্ণ পঢ়ক →
গল্প ৬ ছেপ্টেম্বৰ, ২০২৪

সাত বছৰে বলোৰাম

স্ৰোতস্বিনী তামুলী বলোৰাম !... তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে...

লেখকঃ স্ৰোতস্বিনী তামুলী সম্পূৰ্ণ পঢ়ক →
কবিতা ৬ ছেপ্টেম্বৰ, ২০২৪

মানুহবোৰ আছেনে ঘৰত

মানস প্ৰতিম দত্ত মেঘৰ চুলিৰ মাজেৰে সৰকি অহাএজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙিচৰাইবোৰ গুচি গৈছেজন্তুবোৰ গুচি গৈছে...

লেখকঃ মানস প্ৰতিম দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৬ ছেপ্টেম্বৰ, ২০২৪

পচিশ জুলাই দুহেজাৰ চৌব্বিশ

হৰেকৃষ্ণ ডেকা কলম বিচাৰি আছোঁ। বহীৰ খোলা পাত উকা। প্ৰহৰবোৰ গৈ আছে। দিন বাগৰিব, সময় ৰৈ নাথাকে। খোলা পাতত নেদেখা আখৰেৰে সময়ে লিখিব, বছৰবোৰ...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৪ ছেপ্টেম্বৰ, ২০২৪

এশাৰীৰ কবিতা

গুণ মৰাণ ঠিকনা গ্ৰন্থকীটে হাত দাঙি ক’লে- কবিতা তেজৰ ৰক্ত কণিকা পোৰণি বেলিক দেখি জ্বলে জোন- জোনক দেখি জ্...

লেখকঃ গুণ মৰাণ সম্পূৰ্ণ পঢ়ক →
কবিতা ৪ ছেপ্টেম্বৰ, ২০২৪

পৃথিৱীলৈ

মাধুৰ্য্য গোস্বামী জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো মৰণশীল কথাকবিতা চকুৰ দাবানলত দগ্ধ হৈছিল...

লেখকঃ মাধুৰ্য্য গোস্বামী সম্পূৰ্ণ পঢ়ক →