৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৮ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৩ আগষ্ট, ২০২৪

আত্মপাঠ

হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ ওপজা দিনৰে...

লেখকঃ হিতেশ মেধি সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ আগষ্ট, ২০২৪

যাক এৰি‌ আহিলোঁ

ৰঞ্জিত পাটগিৰি ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া! দুখৰ বতাহে কাহানিও‌‌ শুকুৱাব নোৱাৰে চকুপানী৷...

লেখকঃ ৰঞ্জিত পাটগিৰি সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২০ আগষ্ট, ২০২৪

বাংলা কথাসাহিত্যত মৃত্যু চেতনা : তাৰাশঙ্কৰ, বিভূতিভূষণ আৰু মানিক

বাসুদেব দাস ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি...

লেখকঃ বাসুদেৱ দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ আগষ্ট, ২০২৪

তৰুণ কবি নীলম গগৈৰ কবিতাত ‘নতুনত্বৰ সুৰ’ : বিশ্লেষণ আৰু পৰ্যালোচনা

অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য...

লেখকঃ অসীম কুমাৰ হাজৰিকা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৯ আগষ্ট, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৯ আগষ্ট, ২০২৪

ধেৱাই ধোৱা ধৰণী

আজিত ছিংনাৰতেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷ টোপাকুছিৰ...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১ আগষ্ট, ২০২৪

অকণিৰ লেখা

মোৰ গৰম বন্ধআৰাধ্যা শুভলক্ষ্মী ২ জুলাই তাৰিখৰ পৰা ১১ জুলাই তাৰিখলৈকে মই আটাইতকৈ ভাললগা কামবোৰ কৰিলোঁ৷ সেইবোৰ হ’ল – ছবি অঁকা, TV চোৱা আৰু...

লেখকঃ আৰাধ্যা শুভলক্ষ্মী সম্পূৰ্ণ পঢ়ক →
গল্প ৩১ জুলাই, ২০২৪

লিটমাছত লিখা এখন দিনলিপি

মুনমী দত্ত হাজৰিকা : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু… সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ কৰিলে৷...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩১ জুলাই, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (৬) মোৰ প্ৰথম স্কুল যাত্ৰা : দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখী...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ জুলাই, ২০২৪

বিহাৰ স্কুল অৱ এথেনছ্ !

পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩০ জুলাই, ২০২৪

কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

কিশোৰ দাস কোঁৱৰ আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল - ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে এজন...

লেখকঃ কিশোৰ দাস কোঁৱৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

স্বাধীনতা

লক্ষী প্ৰসাদ ৰেগন দুচকুৰ স্বাধীনতা দৃষ্টি থকালৈকে দুহাতৰ স্বাধীনতা দুবাহুত বল থকালৈকে মনৰ স্বাধীনতা সাহস থকালৈকে স্বাধীনতাকো স্বাধীনতা...

লেখকঃ লক্ষী প্ৰসাদ ৰেগন সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

বাৰ্মুদা ত্ৰিভূজ

নীলাক্ষি গোস্বামী যি কথাত কঠিন শিলো শিঁহৰিত হ’ব পাৰে এয়া সাধু নে সাঁথৰ নে এটি দুৰ্বোধ্য কবিতা হয়তো ৰহস্যময়তাত লুকাই থকা সৃষ্টিৰ কৌশল নতুবা...

লেখকঃ নীলাক্ষি গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

মুখৰোচক খবৰবোৰ

পূবালী বৰুৱা শৰ্মা অঘৰী বতাহজাকে লৰি- ঢাপৰি আহি ঠায়ে ঠায়ে ঘূৰ্ণিৰ ৰূপ লৈছে৷ ইতিমধ্যে ধোঁৱাচাঙত উঠা বিয়নী-মেলৰ ফুচফুচনিবোৰ বিভিন্ন ‘চেনেলে’...

লেখকঃ পূবালী বৰুৱা শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

সাঙী

প্ৰাঞ্জল কুমাৰ লাহন সাঙীত মোৰ শৱ কঢ়িয়াই লৈ গৈ থকা দেখিছোঁ সাঙীত মোৰ শৱ কঢ়িয়াই নিয়া চাৰিজন মোৰেই সহোদৰ কাম-ক্ৰোধ-লোভ-মোহ ক’ৰবাত জীয়াই থকা...

লেখকঃ প্ৰাঞ্জল কুমাৰ লাহন সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩০ জুলাই, ২০২৪

দ্ৰোণ শৰ্মাৰ সপোন

অমৃত গোস্বামী আনবোৰ চাহ বাগিচাৰ দৰেই ‘বৰখঙীয়া’ চাহবাগিচাৰো শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিক হিচাপত হয়– প্ৰতি শনিবাৰে৷ চাহ বাগিচাৰ কাম-কাজবিলাক...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

ৰাবাৰ ষ্টাম্প

ৰিপুঞ্জয় বৰুৱা ঋমন বাঢ়ি অহা বেমাৰী পেট এটাক লৈ মানুহবোৰ দুখী আৰু আশাবাদী ! আশা পালি থাকোঁতেই হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী পাঁচোটা বছৰে...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জুলাই, ২০২৪

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

হিল্লোলজ্যোতি সিংহ বৈ থকা সুঁতিটো হঠাতে হেৰাই গ’ল বালিৰ বুকুত। বহু দূৰ বাটকুৰি বাই উলটি দেখোঁ অস্পষ্ট, ধূসৰ এখন সাংখ্যিক ছবি যান্ত্ৰিক...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ জুলাই, ২০২৪

বতৰৰ বতৰা

নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৩ আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ পিছলো হৈ...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ জুলাই, ২০২৪

অসমীয়া-গোৰ্খা সমাজৰ প্ৰবাদপুৰুষ ছবিলাল উপাধ্যায় : আদৰ্শধ্যায়ী ব্যক্তিত্ব

(১৪০ সংখ্যক জন্মবাৰ্ষিকীৰ সোঁৱৰণ) বাব্‌লু প্ৰসাদ বৰুৱা অৱতৰণিকা : প্ৰায় পাঁচ হাজাৰ বছৰীয়া আলোকমণ্ডিত সভ্যতাৰ কেন্দ্ৰস্থল ভাৰতবৰ্ষ হৈছে...

লেখকঃ বাব্‌লু প্ৰসাদ বৰুৱা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ জুলাই, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ছবিতে দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷ তেওঁলোকে...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জুলাই, ২০২৪

ক্ৰীড়া মনোবিজ্ঞানী( Sports Psychologist)

ড০ বুলজিৎ বুঢ়াগোহাঁই ক্ৰীড়া মনোবিজ্ঞানী হৈছে সেই বিশেষজ্ঞসকল, যিসকলে ক্ৰীড়াবিদৰ মানসিক মঙ্গল আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে৷ তেওঁলোকৰ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →