৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৯ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
অনুবাদ ২৮ জুলাই, ২০২৪

মহাকবি কালিদাসৰ 'ঋতুসংহাৰম্'

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তপঞ্চম অধ্যায়।। শীত বৰ্ণনা ।।।। অথ শিশিৰঃ ।।পৰিপূৰ্ণ ভূমি পকা ধান আৰু কুঁহিয়াৰৰ সৌন্দৰ্যৰেক’ৰেনো ক্ৰৌঞ্চপখীৰ...

লেখকঃ অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২৮ জুলাই, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ'ব এনেকৈ...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

বাৰ্ধক্য

দিলীপ ফুকন এডাল এৱাঁ সূতাৰে বান্ধি এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে? তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ, তাৰ আক্ৰোশী নখপুঞ্জই বিদাৰি...

লেখকঃ দিলীপ ফুকন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

হালধীয়া চৰাই

হেমচন্দ্ৰ কছাৰী আগে আগে গৈ থকা বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে - “হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল এই বাটটো কিমান যে সুখৰ...

লেখকঃ হেমচন্দ্ৰ কছাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

কণামেঘ

উদয় কুমাৰ বৰুৱা অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে দেখা...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

চৰহা পোকৰ দৰে

জয়ন্ত দত্ত চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায় মিছিলৰ...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

নম্বৰ দিয়া গছবোৰৰ কথা

মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম মোৰ হালধীয়া ফুলবোৰ আজাৰৰ বেঙুনীয়াবোৰ...

লেখকঃ মানস প্ৰতিম দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

আত্ম-সাৰ

হৰেকৃষ্ণ ডেকা আজি মই মই ৷ কাইলৈও মই মই হৈ ৰ’ম৷ কালিও মই ময়েই আছিলোঁ৷ অস্তিত্বৰ প্ৰতি মুহূৰ্তত মই মই অন্য নহয়৷ ভুল৷ অন্য দৃষ্টিৰ অবিহনে মই...

লেখকঃ হৰেকৃষ্ণডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জুলাই, ২০২৪

গতিসূত্ৰ

চয়নিকা ভূঞা মৌনম্ সন্মতি লক্ষণম্একোৱেই প্ৰয়োজনবোধ নাছিলকথাখিনি বহলাই বহিবলৈনিউটনৰ গতিসূত্ৰত আৱদ্ধএটি পুৰণি সপোন অৱলম্বনৰ উচ্চ স্তৰতএমুঠি...

লেখকঃ চয়নিকা ভূঞা সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৭ জুলাই, ২০২৪

সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে কিছু চিন্তা

চুবুৰীয়া বাংলাদেশতবিগত কিছুদিন ধৰি সংৰক্ষণ বিৰোধী আন্দোলন গা কৰি উঠিল আৰু অৱশেষত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক লৈ যি ৰায়দান কৰিলে সেয়া...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ জুলাই, ২০২৪

ডা ডি ডা নে ডিজিটেল

চিত্তৰঞ্জন ওজা কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কৈছিল, “সখা, পৰিৱৰ্তনৰ পৰা ভয় নাখাবা৷ মনত ৰাখিবা, পৰিৱৰ্তনেই হৈছে একমাত্ৰ...

লেখকঃ চিত্তৰঞ্জন ওজা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ জুলাই, ২০২৪

গৌৰাং ২০১২

ভাস্কৰজ্যোতি নাথ "Sweet Thames, run softly, till I end my song." Edmund Spenser জলকুৱঁৰীয়ে ইয়াতে পখালিছিল গা বাগৰুম্বাৰ লহৰত এখন চিফুঙৰ নৈ...

লেখকঃ ভাস্কৰজ্যোতি নাথ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ জুলাই, ২০২৪

কলা কি?

মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৬) জাৰ্মানীত এইসকল অধিক প্ৰসিদ্ধ লেখকৰ পাছত কম মৌলিক আৰু কম প্ৰভাৱশালী...

লেখকঃ মূল :লিও টলষ্টয়ৰ ‘What is Art?’ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ জুলাই, ২০২৪

হাঁহৰ কথা

আৰণ্যক শইকীয়া “ প্ৰফুল্ল ক’ত?” ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্ৰফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে...

লেখকঃ আৰণ্যক শইকীয়া সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৪ জুলাই, ২০২৪

ইতিহাস এষণা : অন্য এক শৰাইঘাট, অন্য এক লাচিত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শৰাইঘাটৰ যুদ্ধ ইয়াৰ ব্যাপকতা আৰু প্ৰচাৰৰ কাৰণে অসমীয়া...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৩ জুলাই, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰএঘাৰ সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত যোগ দিছিল ৰহীয়াল বৰুৱা আৰু...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৩ জুলাই, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৫ অৰ্জুন ৷ জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৩ জুলাই, ২০২৪

ৰূপান্তৰ

মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইনঅসমীয়া অনুবাদ : ড° ৰঞ্জিত দত্তপৰিবৰ্ত্তন হোৱাসুৰুযে জোনটোক কলেতুমি স্থবিৰ নহবা।পৰিবৰ্ত্তন হোৱাজোনটোৱে...

লেখকঃ মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইন সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৩ জুলাই, ২০২৪

দিক পৰিৱৰ্তন

মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায়অসমীয়া অনুবাদ : বাসুদেব দাস মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ প্ৰকাণ্ড...

লেখকঃ মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায় সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২২ জুলাই, ২০২৪

বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ : সপোনৰ বাঘ, স্মৃতি আৰু পৰিচয়ৰ কথকতা

অসীম কুমাৰ হাজৰিকা ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক...

লেখকঃ অসীম কুমাৰ হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জুলাই, ২০২৪

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২

(পাৰ্বতি প্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰীযিখন চিনেমাত গীতটি অন্তৰ্ভূক্ত কৰা হৈছিল, সেই চিনেমাখনৰ নাম নজনা...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২২ জুলাই, ২০২৪

লিলিৰ এদিন : এটা দুখৰ বেলাড

হৰ্ষবৰ্ধন অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ আৰ্থসামাজিক...

লেখকঃ হৰ্ষবৰ্ধন সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩০ জুন, ২০২৪

কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

যুগললোচন দাস সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ সেউজীয়া...

লেখকঃ যুগল লোচন দাস সম্পূৰ্ণ পঢ়ক →