৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মই ডাঙৰ হৈ অহাৰ সময়ৰ

লেখকঃ মূল (ইংৰাজী) : As I grew Older (লেংষ্ট'ন হিউজ) • প্ৰকাশিতঃ ২৩ মাৰ্চ, ২০২২
১ মিনিট পঠন • ৩৯০ বাৰ পঢ়া হৈছে

মূল (ইং.) লেংষ্ট'ন হিউজ : As I grew Older

 ভাষান্তৰ : ড০ দীপমণি দাস

বহুদিন আগৰ কথা

তেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাই

তেতিয়াই , ঠিক সেই সময়তেই

সপোন মোৰ সপোন

উদ্ভাসিত

মোৰ সন্মুখত

যেন সূৰ্যৰ দৰেই ৰৌদ্ৰোজ্জ্বল

আৰু তাৰ পাছতেই বাঢ়ি আহিছিল সেই প্ৰাচীৰ

লাহে লাহে বাঢ়িছিল ক্ৰমাৎ

লাহে লাহে সেই প্ৰাচীৰ

মই  আৰু মোৰ সপোনৰ মাজত

বাঢ়ি  গৈ আছিল 

মই আকাশখন নোচোৱালৈকে

সেই প্ৰাচীৰ 

যি আচলতে ছাঁ

মই  এজন  কৃষ্ণাংগ

মই ছাঁতে পৰি ৰওঁ

নাই  মোৰ সপোনৰ কোনো জেউতি 

মোৰ সন্মুখত

এনেকি মোৰ ওপৰতো!

 ...

ম
লেখকৰ পৰিচয়

মূল (ইংৰাজী) : As I grew Older (লেংষ্ট'ন হিউজ)

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)