৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সংযোগ

লেখকঃ মূল:অক্টাভিঅ'পাজ • প্ৰকাশিতঃ ১৯ জুলাই, ২০২১
২ মিনিট পঠন • ১৫৪৭ বাৰ পঢ়া হৈছে
সংযোগ
ডাঙৰকৈ চাওক (Zoom)

মূল : অক্টাভিঅ' পাজ

 অনুবাদ : ড০ দীপমণি দাস

বৰ্তমানৰ ইটো সিটো কথাৰ মাজত

তুমি আৰু মই

যিদৰে আছোঁ

প্ৰয়োজন সংযোগ বাৰ্তালাপৰ

 

এই বাৰ্তালাপত ভাগ লোৱা মানেই তুমি মুকলি মনে কৰা কৰা অন্তৰৰ বাৰ্তালাপ

 

এই সংযোগতহে তুমি পাবা এখনি পৃথিৱী আৰু গৈ গৈ পাবা 

এটি আঙুঠি

 

কোনো কথাৰ 

ইপাৰ সিপাৰৰ 

মাজত থাকে

এটা শৰীৰ

যি প্ৰাচীৰ

যি বেঢ়ি থাকে কথাটো

আৰু থাকে এখন ৰামধেনু অৱশ্যে

 

প্ৰাচীৰ নেওচি

ৰামধেনুখন পালেই

মই শুই পৰিম

ৰামধেনুৰ তোৰণৰ তলতে

 

ঠিকনা :

ফৰেষ্ট ক'লনি, ৱাৰ্ড নং ১০

বৰপেটাৰোড্, ডাক : শিমলাগুৰি

বৰপেটা -৭৮১৩১৩

ফোন : ৮১৩৩০৫৯৫৬১

 

 


ম
লেখকৰ পৰিচয়

মূল:অক্টাভিঅ'পাজ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)