৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এপাট শৰ আৰু এটা গান

লেখকঃ দীপাঞ্জলি দেৱী • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৫
১ মিনিট পঠন • ১৫৪৭ বাৰ পঢ়া হৈছে

মূল : Henry Wadsworth Longfellow 

কবিতা: The Arrow and the Song

ভাবানুবাদ : দীপাঞ্জলি দেৱী

    

শূণ্যতে মই এপাট শৰ এৰিলোঁ

তীব্ৰ বেগত সি উৰি গ'ল

মই তলকিবই নোৱাৰিলোঁ

শৰপাটে ভেদিলে  ক'ত ... 

 

প্ৰাণ ঢালি 

এটি গীত জুৰিলোঁ

বতাহতে ভাহি গ'ল

নাজানিলোঁ চুই গ'ল যদি

কাৰোবাৰ  কোমল অন্তৰ

 

বহুদিনৰ পাছত

শৰপাট বিচাৰি পালোঁ

অক্ষত ৰূপত 

এজোপা গছত

 

আৰু গীতটো

আছিল

এজন বন্ধুৰ হৃদয়ত 

ছন্দায়িত হৈ

অবিকল ৰূপত ... 

...

ঠিকনা :

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

আমগুৰি মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৬৪২৩১৫৯২


 * দুৰ্ভাগ্যজনক কাৰিকৰী ত্ৰুটিৰ বাবে যোৱা এপ্ৰিল সংখ্যাৰ 'অন্যযুগ'ত এই লেখাটো প্ৰকাশ কৰাৰ পাছতো পঠনযোগ্য হোৱা নাছিল। সেয়ে এই সংখ্যাত লেখাটো পুনৰাই প্ৰকাশ কৰা হ'ল।

 

দ
লেখকৰ পৰিচয়

দীপাঞ্জলি দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)