৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গ্ৰন্থবাৰ্তা

লেখকঃ সম্পাদনাকক্ষ • প্ৰকাশিতঃ ১ ফেব্ৰুৱাৰী, ২০২৫
১ মিনিট পঠন • ২৯০৯ বাৰ পঢ়া হৈছে
গ্ৰন্থবাৰ্তা
ডাঙৰকৈ চাওক (Zoom)

 শৈশৱতে কৈশোৰতে



 

ড০ পোনা মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল  শৈশৱ-কৈশোৰৰ বৰ্ণনাৰে উপন্যাসোপম লেখালানি কিছু সংবৰ্ধিত হৈ এইবাৰ গ্ৰন্থৰূপেৰে ‘শৈশৱতে কৈশোৰতে’ নাম লৈ পঢ়ুৱৈৰ মাজলৈ আহিছে৷ গ্ৰন্থখনি কেৱল তেখেতৰ শৈশৱ-কৈশোৰৰ বৰ্ণনাই নহয়, লগতে ই সমসাময়িক সমাজখনৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশটোৰো যেন এক আংশিক দস্তাবেজ৷ গুৱাহাটী গ্ৰন্থমেলাত পাঠকৰ পৰা উৎসাহজনক সঁহাৰিপ্ৰাপ্ত গ্ৰন্থখনৰ-

প্ৰকাশক আৰু  প্ৰাপ্তিস্থান : বান্ধৱ পাণবজাৰ গুৱাহাটী – ১

হোৱাট্‌চ্‌এপ নং : ৮১৩৫৯৮২৬৪১

গ্ৰন্থখনিৰ মূল্য – ২০০.০০ (দুশ টকা)মাত্ৰ৷

(ৰাজ্যৰ প্ৰায় কেইখন প্ৰধান চহৰৰ গ্ৰন্থালয়তে উপলব্ধ)
স
লেখকৰ পৰিচয়

সম্পাদনাকক্ষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)