৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

তুমি নোৱাৰাঁ

লেখকঃ অনুবাদ :দিগন্ত শইকীয়া • প্ৰকাশিতঃ ১৯ মে’, ২০২৬
১ মিনিট পঠন • ৪৩৩৫ বাৰ পঢ়া হৈছে

 মূল কবিতা : You Can’t 

কবি : Maya Abu Al-Hayyat

ইংৰাজী অনুবাদ : ফেডি জুডা

অনুবাদ: দিগন্ত শইকীয়া

 

তুমি নোৱাৰাঁ বুলি যিসকলে কয়

অৱশেষত তেওঁলোকো সৰিব৷

বয়স বা বিৰক্তিয়ে জিনি পেলাব তেওঁলোককো

নাইবা কল্পনাৰ অভাৱে৷

আজিয়েই হওক বা কাইলৈ, সকলো পাত সৰিবই সৰিব৷

তুমি শেষ পাতখিলা হ’ব পাৰাঁ

এই ব্ৰহ্মাণ্ডক তুমি পতিয়ন নিয়াব পাৰাঁ

যে গছজোপাৰ জীৱনৰ প্ৰতি তুমি কোনো ভাবুকি নোহোৱাঁ

 

 

 

অ
লেখকৰ পৰিচয়

অনুবাদ :দিগন্ত শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)