মূল : য়োচা বুছন (Yosa Buson)
ভাবানুবাদ : প্ৰশান্ত মিশ্ৰ
এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত
এজনী পখিলা আহি পৰিলেহি
আৰু নিঃশব্দে টোপনি গ'ল।
মূল : য়োচা বুছন (Yosa Buson)
ভাবানুবাদ : প্ৰশান্ত মিশ্ৰ
এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত
এজনী পখিলা আহি পৰিলেহি
আৰু নিঃশব্দে টোপনি গ'ল।
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)