৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঐশ্বৰিক সংগীত

লেখকঃ মূল : লুইছ গ্লুক • প্ৰকাশিতঃ ২৭ মে’, ২০২৩
১ মিনিট পঠন • ১৫৩৬ বাৰ পঢ়া হৈছে

মূল : আমেৰিকান ইংৰাজী কবি, ২০২০ চনৰ সাহিত্যৰ ন'বেল পুৰষ্কাৰ প্ৰাপক  

লুইছ গ্লুক (Louise Gluck)-ৰ ইংৰাজী কবিতা Celestial Music 


অনুবাদ : ড° ৰঞ্জিত দত্ত

মোৰ এজন বন্ধু আছে যি এতিয়াও বিশ্বাস কৰে স্বৰ্গক। 

তেওঁ নিৰ্বোধ নহয়,

তথাপি, তেওঁ জনা সকলোখিনিৰে 

বাস্তৱিকতে কথা পাতে ভগৱানৰ সতে।

তেওঁ ভাবে  সৰগত সেয়া নিশ্চয় কোনোবাই  শুনিব।

এই পৃথিৱীত তেৱেঁই মাথোঁ  অস্বাভাৱিকভাৱে পাৰদৰ্শী। 

তেওঁ সাহসীও,

অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হবলৈও সক্ষম।

   (....)

আমি বৰ শান্ত। 

একোকে নকৈ ইয়াত বহি থাকো  মনে মনে,

যেন এক নিগাজী বিন্যাস,

হঠাতে আন্ধাৰ হৈ পৰিল বাটটো,  

বতাহজাক চেঁচা পৰিল,

শিলবোৰ ইফালে  সিফালে

তিৰবিৰাই জিলিকি উঠিল।

এই নিৰৱতাকে ভাল পাওঁ আমি দুয়োজনে।

প্ৰেমৰ এই অৱয়বেই যেন

শেষ পৰিণতি প্ৰেমৰ। 

ভ্ৰাম্যভাষ : ৯৪৩৫৫৯৩৫৪২

ম
লেখকৰ পৰিচয়

মূল : লুইছ গ্লুক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)