৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মই অকলশৰীয়া নহওঁ

লেখকঃ মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল • প্ৰকাশিতঃ ২৭ ছেপ্টেম্বৰ, ২০২৩
২ মিনিট পঠন • ৭১০ বাৰ পঢ়া হৈছে
মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)
অনুবাদ : ড° ৰঞ্জিত দত্ত

পৰ্বতৰ পৰা সাগৰলে

নিশাটো শূন্যতাৰে ভৰা।

কিন্তু ময়েই এনে এজন

যি তোমাক 

স্তম্ভিত কৰি তুলিছোঁ,

মই অকলশৰীয়া নহওঁ।

আকাশ শূন্যতাৰে ভৰা

কাৰণ জোনটোৱে এতিয়া

সাগৰৰ বুকুত নাচিছে

কিন্তু  ময়েই এনে এজন

যি তোমাক ধৰি আছোঁ,

মই  অকলশৰীয়া নহওঁ।

পৃথিৱীখন শূন্যতাৰে ভৰা

তুমি দেখা সকলো মঙহহাল জীৱই

বেদনাৰে জৰ্জৰিত

কিন্তু ময়েই এনে এজন

যি তোমাক সাবটি আছোঁ,

মই  অকলশৰীয়া নহওঁ!

 গেব্ৰিয়ালা মিচট্ৰেইল : (১৮৮৯-১৯৫৭) ১৯৪৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী ফৰাচী কবি। তেওঁৰ উল্লেখযোগ্য  কবিতাপুথিসমূহ হৈছে ক্ৰমে  Sonetos de la murute (১৯১৪), Desolacion (১৯২২), Ternura (১৯২৪), Tala (১৯৩৮) আৰু Complete Poems (১৯৫৮)। 




ম
লেখকৰ পৰিচয়

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)