৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
প
অন্যযুগ লেখক

পঙ্কজ প্ৰতিম বৰদলৈ

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ৪৩ টা

পঙ্কজ প্ৰতিম বৰদলৈৰ প্ৰকাশিত লেখাসমূহ

মুক্ত বীক্ষণ ৩১ January, ২০২৬

জোহৰান মামদানীৰ আমেৰিকা

পঙ্কজ প্ৰতিম বৰদলৈ যেতিয়া জোহৰান মামদানীয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত ডাউনটাউন ব্ৰুকলিনৰ এখন মঞ্চত থিয় হৈছিল...

মুক্ত বীক্ষণ ২৯ December, ২০২৫

বিস্মৃত চহৰৰ সংলাপ

পঙ্কজ প্ৰতিম বৰদলৈ বহুবছৰৰ পাছত নিজৰ গৃহ চহৰ যোৰহাটত কিছুদিন দীঘলীয়াকৈ থকাৰ সুযোগ পালোঁ৷ চহৰখন আৰু কাষৰীয়া...

মুক্ত বীক্ষণ ২৭ November, ২০২৫

গণতান্ত্ৰিক সমাজবাদ

পঙ্কজ প্ৰতিম বৰদলৈ গণতান্ত্ৰিক সমাজবাদৰ ধাৰণাটো বিশ্বৰ ৰাজনৈতিক পৰ্যালোচনাত এনে এক শক্তিৰ সৈতে ঘূৰি আহিছে...

মুক্ত বীক্ষণ ৩১ October, ২০২৫

বিশ্ববিদ্যালয়ৰ সংকট

পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত উচ্চশিক্ষাৰ ক্ষেত্ৰখনত চলি থকা বিভিন্ন ঘটনাৰাজিয়ে উচ্চশিক্ষাৰ উদ্দেশ্যৰ সংকটক...

মুক্ত বীক্ষণ ০১ October, ২০২৫

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু...

মুক্ত বীক্ষণ ৩১ August, ২০২৫

শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু প্ৰতিকাৰ

পঙ্কজ প্ৰতিম বৰদলৈ শিক্ষাত কম্পিউটাৰ প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে ভাৰতে যি সুদূৰপ্ৰসাৰী আঁচনি হাত�...

মুক্ত বীক্ষণ ৩১ July, ২০২৫

দাদু দয়াল আৰু শ্ৰীমন্ত শংকৰদেৱৰ এক তুলনামূলক বিশ্লেষণ

পঙ্কজ প্ৰতিম বৰদলৈ ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয়...

মুক্ত বীক্ষণ ৩০ June, ২০২৫

ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাস অধ্যয়ন : সংজ্ঞা, সংৰক্ষণ আৰু সম্প্ৰদায়ৰ সহযোগিতা

পঙ্কজ প্ৰতিম বৰদলৈ ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাসে ভৌগোলিকভাৱে সীমিত অঞ্চলত – যেনে গাঁও, চহৰ বা জিলাৰ...

মুক্ত বীক্ষণ ২৭ April, ২০২৫

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

পঙ্কজ প্ৰতিম বৰদলৈ শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷ মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা...

মুক্ত বীক্ষণ ৩১ March, ২০২৫

হাজো আৰু মধ্যযুগীয় অসমৰ বাণিজ্য পথ

পংকজ প্ৰতিম বৰদলৈ ভাৰতৰ অসমৰ এখন চহৰ হাজো কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, মধ্যযুগীয় বাণিজ্যিক পথৰ ই এক...

মুক্ত বীক্ষণ ২৭ February, ২০২৫

সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো...

মুক্ত বীক্ষণ ৩১ January, ২০২৫

অসমত বিজ্ঞাপনৰ ইতিহাস, প্ৰচাৰ আৰু প্ৰসাৰ

পঙ্কজ প্ৰতিম বৰদলৈ অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু অৰ্থনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বিজ্ঞাপনৰ বিকাশ৷...

মুক্ত বীক্ষণ ৩১ December, ২০২৪

অসামৰিক সেৱাৰ পৰীক্ষা আৰু মৌ ফান্দ

পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম...

মুক্ত বীক্ষণ ৩০ November, ২০২৪

কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা

পঙ্কজ প্ৰতিম বৰদলৈ মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন...

মুক্ত বীক্ষণ ৩১ October, ২০২৪

বাঘ আৰু লোককথা

পঙ্কজ প্ৰতিম বৰদলৈ ভাৰতীয় লোককথাত বাঘে বিশিষ্ট স্থান দখল কৰি আছে, বাঘ একেধাৰে ভয়, সম্ভ্ৰম, শ্ৰদ্ধা, ক্ষমতা...

মুক্ত বীক্ষণ ২৯ September, ২০২৪

মৃত্যুৰ বিৰুদ্ধে !

পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে...