৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
ম
অন্যযুগ লেখক

মৃদুল শৰ্মা

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ২৪ টা

মৃদুল শৰ্মাৰ প্ৰকাশিত লেখাসমূহ

কবিতা ৩১ March, ২০২৬

বোধ

মৃদুল শৰ্মা(যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত)কি আনন্দ-উল্লাসতহাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায়আকাশ ফালি সাগৰৰ...

কবিতা ২৩ January, ২০২৬

চিৰন্তন

মৃদুল শৰ্মাবৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ ইজন সিজনৰো অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ...

কবিতা ২৯ November, ২০২৫

দিশহাৰা

মৃদুল শৰ্মা(উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ)নাহৰৰ তোৰণওপৰত ৰ’দৰ নৈতাৰো ওপৰত স্বৰনক্ষত্ৰপাতৰ ফাঁকে ফাঁকে সৰকি...

গল্প ২৯ September, ২০২৫

জীৱন বিষয়ক কিছু গল্পচেষ্টা

মৃদুল শৰ্মা বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা...

কবিতা ৩১ July, ২০২৫

অ' জীৱনান্ত

মৃদুল শৰ্মা(অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত)কেতিয়ানো তুমি মোক স্পৰ্শ কৰিলা?কৰমৰ্দন? আলিঙ্গন? চুম্বন?নে তোমাৰ...

কবিতা ২৪ February, ২০২৫

ঘৃণা

মৃদুল শৰ্মামোক চাৰিওফালৰপৰা ঘেৰি ধৰিঘৃণাৰে চাই থাকাঁযাতে মই মূৰ তুলি চাব নোৱাৰোঁকোনো ফালেপশুৰ সৈতে মোৰ...

উপন্যাস ৩০ November, ২০২৪

মহাবৃত্ত

৩৬ কৃষ্ণ৷ ... মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷...

উপন্যাস ২৫ October, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩৪ অৰ্জুন৷ সৰ্বশ্ৰেষ্ঠ যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!! এই অভিধাবোৰে মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ...

উপন্যাস ২৪ September, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া...

উপন্যাস ১৯ August, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য...

উপন্যাস ২৩ July, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৫ অৰ্জুন ৷ জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা...

উপন্যাস ২৫ June, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৩ দুৰ্যোধন৷ প্ৰথমে আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য...

উপন্যাস ০৮ May, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২০ দুৰ্যোধন৷ জন্মৰ পৰৱৰ্তী সময়ত জ্যোতিষশাস্ত্ৰীয়ে মোৰ নাম ৰাখিছিল সুযোধন৷ শ্ৰদ্ধেয় পিতৃদেৱ আৰু...

উপন্যাস ১৭ April, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা১৬ বিদূৰ৷হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই...

উপন্যাস ২১ March, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা১৩ কুন্তী৷ সত্য কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট...

উপন্যাস ১৫ February, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৯ ব্যাস৷ প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ...