৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
ধ
অন্যযুগ লেখক

ধ্ৰুৱকুমাৰ তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ১১ টা

ধ্ৰুৱকুমাৰ তালুকদাৰৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২৫ February, ২০২৫

কোনোবাই কৈছিল

ধ্ৰুৱকুমাৰ তালুকদাৰ কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল... আমি সদায়...

কবিতা ২২ December, ২০২৪

জীৱনৰ কথা

ধ্ৰুৱকুমাৰ তালুকদাৰ জীৱনক, মই নমস্কাৰ কৰিলোঁ৷ ক’লো, আহা মোৰ লগত বহা অকনমান সময়৷ আমি দুয়ো বহিলোঁ ওচৰা-উচৰিকৈ...

কবিতা ১৬ June, ২০২৪

চকুত নপৰাকৈ

ধ্ৰুৱকুমাৰ তালুকদাৰ মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত এটা চোলা আছিল দুখৰ- এদিনাখন জেপত পইছা নথকা কাৰণে মই সেই...

কবিতা ২৪ January, ২০২৪

মৰাৰ পাছত থাকিব কি

ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে... তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ...

কবিতা ৩০ April, ২০২৩

মই নাথাকিলোঁ

ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ...

কবিতা ২৫ February, ২০২৩

নিঃসংগতাত

ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ...

কবিতা ৩০ September, ২০২২

দুটা কবিতা

ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্‌মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই...

কবিতা ২৯ July, ২০২২

দেউতাৰ তেজ-ঘামৰ টোপালবোৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ কুৱঁলীবোৰৰ মাজৰ এটা গলিয়েদি চহৰখনে মোক বিচাৰি আহিছে - লাহে লাহে আন্ধাৰ হৈ পৰা বোকাময়...

কবিতা ২৬ November, ২০২১

নভবাকৈয়ে...

h1.post-title{text-align:left; padding-left:10px;} ধ্ৰুৱকুমাৰ তালুকদাৰ নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ...

কবিতা ১৮ August, ২০২১

গুণ্গুণনিৰ সুমথিৰাটো

ধ্ৰুৱকুমাৰ তালুকদাৰ গুণ্‌গুণাই থাকোঁতে গানটো পকি উঠিল পকি উঠিল পশ্চিম গাৰোপাহাৰৰ এটা সুমথিৰাৰ দৰে তুমি বুকু�...

কবিতা ২৬ November, ২০২০

বৃন্দাবন যাত্ৰা

ধ্ৰুৱকুমাৰ তালুকদাৰ (এক)কিন্‌কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ...