৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
য
অন্যযুগ লেখক উপনামঃ যশোৱন্ত নিপুণ

যশোৱন্ত নিপুণ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ২৯ টা

যশোৱন্ত নিপুণৰ প্ৰকাশিত লেখাসমূহ

কবিতা ৩০ September, ২০২৬

বিষ

যশোৱন্ত নিপুণ কিবা হেৰুওৱাৰ ভয়ত আমি দূৰলৈ চাব খোজা নাছিলোঁ, আৰু প্ৰায় সকলোৱে বিষপান কৰে বাবেই আমিও বিষপানৰ...

গল্প ৩০ March, ২০২৬

সময়

যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ...

গল্প ২৫ December, ২০২৫

তীৰ্থস্থান

যশোৱন্ত নিপুণ সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা...

অনুবাদ ৩০ November, ২০২৫

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে...

কবিতা ২৮ October, ২০২৫

জুবিন

যশোৱন্ত নিপুণ ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা...

কবিতা ২৮ September, ২০২৫

যথেষ্ট

যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি...

অনুবাদ ২৫ July, ২০২৫

ব্লেক আইচ এণ্ড ৰেইন

মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ভাবানুবাদ : যশোৱন্ত নিপুণ মই সোমাব পাৰোঁনে ? তোমাক নীৰৱে...

গল্প ২৯ June, ২০২৫

হিয়া

যশোৱন্ত নিপুণ সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ...

অনুবাদ ২১ April, ২০২৫

শুকুলা হাতীৰ দৰে পাহাৰ

মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা...

কবিতা ৩১ March, ২০২৫

জংঘল

যশোৱন্ত নিপুণ যিমান মনোৰম হ’লেও জংঘলখনে আমাক ভুলাব পৰা নাছিল, সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা নিৰ্মমতাবোৰৰ...

কবিতা ২৩ February, ২০২৫

যুগে যুগে

যশোৱন্ত নিপুণ প্ৰত্যেক যুগৰেই এটা সৌন্দৰ্য আছে, প্ৰত্যেক যুগৰেই কিছুমান অভিশাপ আছে । ধীৰ শীৰ্ণ নদীৰ দৰেই...

গল্প ৩১ December, ২০২৪

সাগৰ দেখিছা

যশোৱন্ত নিপুণ ‘সাগৰ দেখিছা?’ পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা...

কবিতা ৩০ November, ২০২৪

ঘৰে পদূলিয়ে

যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ?...

কবিতা ২৯ October, ২০২৪

বাইদেউ

মূল : মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰভাবানুবাদ: যশোৱন্ত নিপুণ বাইদেৱেকে কান্দিছিল৷ আপ্পুৱে বাইদেৱেকে কন্দা...

কবিতা ২৪ September, ২০২৪

কোলাহল

যশোৱন্ত নিপুণ যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ...

গল্প ২৬ August, ২০২৪

ক্ষমা

যশোৱন্ত নিপুণ ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ...