— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ
| প্ৰবন্ধ | |
|---|---|
| মানৱ অতিযুগৰ কথা | ড˚ কুলেন্দু পাঠক |
| ফুল-পাতৰ বনৌষধি চাহ: টিজানৰ কথাৰে | ড˚ নিতালী বৰগোহাঁই |
| সত্যজিতৰ ছবিত সত্যজিৎ | উৎপল দত্ত |
| নিৰ্মলকক্ষ প্ৰযুক্তি | খনিন্দ্ৰ বৰুৱা |
| আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদানৰ সমস্যা | ড˚ নলীন বৰঠাকুৰ |
| যোৰহাটৰ কাব্যপ্ৰৱাহৰ গতি-প্ৰগতি: এক চমু অৱলোকন | বাব্লুপ্ৰসাদ বৰুৱা |
| সম্পাদকীয় | অন্যযুগ সাহিত্য পৰিষদ |
| আমেৰিকান কবি থিঅ’দৰ হ্যুব্নেৰ ৰ’থ্কে : জীৱন এষণা আৰু কাব্যবীক্ষা | ৰুদ্ৰ সিংহ মটক |
| গল্প | |
| দেহিনোহস্মিন্ | পৰী পাৰবীন |
| নঙলা | নিৰ্মালি সন্দিকৈ |
| বিনন্দীয়া অষ্ট্ৰিয়া | অংগনা চৌধুৰী |
| উপন্যাস | |
| সিপাৰে যমুনাৰ... | আকাশ দীপ্ত ঠাকুৰ |
| চ্যালুইনৰ পৰা লুইতলৈ | ড˚ চন্দ্ৰধৰ চমুৱা |
| পঢ়ুৱৈৰ মতামত | ভিন্নজনৰ নিৰ্বাচিত মতামত |
| অব্যাহৃত | ৰঞ্জুমণি মহন্ত |
| কাব্যশিল্প | বাৰ্চিল’নাবিদায় |
| পিছলৈ উভতি চাওঁ— ৪ | ড˚ পোনা মহন্ত |
| কাৰ্টুন | |
| শিল্প-কলা | মনজিৎ হাজৰিকা |
| বেহুৱা | (কাৰ্টুন) |
| চাংমাইশাল | তৰু চেতিয়া ফুকন |
| হ’টেল মেনেইজমেণ্ট (Hotel Management) | ড°বুলজিৎ বুঢ়াগোহাঁই |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।