৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ৩১ ডিচেম্বৰ, ২০২৫

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় যেন পলকৰ ভিতৰতে সলনি হ’ল সকলো (জাহীমৰ গান এটাৰ গুণ্‌গুণ্‌ ) ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিব পৰা...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩১ ডিচেম্বৰ, ২০২৫

ৰঙা গোলাপবোৰ

মূল - লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ দিনবোৰ�...

লেখকঃ ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ৩১ ডিচেম্বৰ, ২০২৫

মায়ং : ঐতিহ্য, ঐতিহ্যবোধ আৰু ভৱিষ্যত

প্ৰাচীন কালৰে পৰা অসমক এই অঞ্চলৰ বাহিৰৰ মানুহে এক ৰহস্যময় অঞ্চল বুলি ধাৰণা কৰি আহিছে৷ একাধিক ভাৰতীয় গ্ৰন্থত এনে ধাৰণাৰ প্ৰমাণ আছে৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৫

আয়োজন বিষয়ক

উদয় কুমাৰ বৰুৱা এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয় কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই সাধনাৰ...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ ডিচেম্বৰ, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য(৮) ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্ৰা সাধুটো শুনি বনীয়ে স্বস্তিৰ নিশ্বাস পেলালে, যেন ডাঙৰ বিপদ এটাহে আঁতৰিল৷ সি লগে লগে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২৫

বছৰৰ শেষ দিনটোৰ কবিতা

হৰেকৃষ্ণ ডেকা (১) বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ডিচেম্বৰ, ২০২৫

ৰাইজ মই যাবলৈ ওলালোঁ

দিলীপ ফুকন ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা নাই...

লেখকঃ দিলীপ ফুকন সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ডিচেম্বৰ, ২০২৫

উত্তৰাখণ্ডত উত্তৰ বিচাৰি

অংগনা চৌধুৰী ২০২৫-ৰ শাৰদীয় গধূলি এটাত আমি গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলো আকাশীযানেৰে৷ আমি মানে মই, মোৰ স্বামী, একমাত্ৰ পুত্ৰ আৰু মোৰ...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২৫

বিজেপি, অৰ্ণৱ গোস্বামী‌ আৰু ধৈৰ্যৰ বান্ধ

সুমন মহন্ত চৰকাৰ এখনৰ সফলতা/বিফলতা অথবা কৰ্মদক্ষতা জুখিবলৈ কিমান সময়ৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰিলে, আমাৰ সকলোৰে উত্তৰবোৰ নিশ্চয় ভিন্ন হ’ব;...

লেখকঃ সুমন মহন্ত সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৯ ডিচেম্বৰ, ২০২৫

বিস্মৃত চহৰৰ সংলাপ

পঙ্কজ প্ৰতিম বৰদলৈ বহুবছৰৰ পাছত নিজৰ গৃহ চহৰ যোৰহাটত কিছুদিন দীঘলীয়াকৈ থকাৰ সুযোগ পালোঁ৷ চহৰখন আৰু কাষৰীয়া অঞ্চলটোক জুমি চালোঁ৷ গুৱাহাটীৰ...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ডিচেম্বৰ, ২০২৫

ফলাফল

জয়ন্ত দত্ত ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে... প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ ডিচেম্বৰ, ২০২৫

মূল্যবোধৰ বিষয়ে দুআষাৰ

অমৃত গোস্বামী জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম হয়‌...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ ডিচেম্বৰ, ২০২৫

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

কৰবী বৰ্মন কলিতা অসমীয়া অভিভাৱকৰূপে আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও...

লেখকঃ কৰবী বৰ্মন কলিতা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ ডিচেম্বৰ, ২০২৫

ম’ক্‌ টেষ্ট আৰু ইয়াৰ গুৰুত্ব

ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাক বিশ্বজনীনভাৱে জ্ঞান, দক্ষতা আৰু সামগ্ৰিক ব্যক্তিগত বিকাশৰ এক মুখ্য পথ হিচাপে স্বীকৃতি দিয়া হৈছে৷ শিক্ষাৰ মূল...

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ ডিচেম্বৰ, ২০২৫

চিৰচেনেহী মোৰ ভাষা জননী

পৰিস্মিতা বৰদলৈ : ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ কথা আছিল যে! কেতিয়াকৈ বুজাবা? : অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ ছবি...

লেখকঃ পৰিস্মিতা বৰদলৈ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ ডিচেম্বৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ডঅসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে। অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই আপাদমস্তক...

লেখকঃ গোৱিন কুমাৰ খাউণ্ড সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ডিচেম্বৰ, ২০২৫

পাথৈৰা

মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৫

অৰ্থৱাদ*

(অৰ্থৱ বেদৰ দুটা মন্ত্ৰৰে এটা কবিতা...)গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) অ’ প্ৰিয়া তোমাৰ-মোৰ এই যে চকুকেইটা সেইকেইটাই কলহৰ কাণে বৰষক মৌ চাৰিচকুৰ...

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৫

চহৰৰ জোন

উমানন্দ কলিতা চহৰৰ জোন নিয়নৰ জোন ইয়াত তুলসী নাথাকে সোণ মোক চোৱা মোক চোৱা ৰঙা নীলা হালধীয়া হালধীয়া বগা সেউজীয়া সুমথিৰা সুমথিৰা বৰ্ণসংকৰ...

লেখকঃ উমানন্দ কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ ডিচেম্বৰ, ২০২৫

এখন চহৰৰ স্নেপশ্বট্

পৰাগজ্যোতি মহন্ত অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷ সোঁৱে-বাঁৱে – ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা চহৰখনৰ...

লেখকঃ পৰাগজ্যোতি মহন্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ ডিচেম্বৰ, ২০২৫

তীৰ্থস্থান

যশোৱন্ত নিপুণ সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৫ ডিচেম্বৰ, ২০২৫

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ৰ ত্ৰিংশতম সন্মিলন ক’প-৩০ (Conference of Parties-COP-30) আৰু ব্ৰাজিল

ড° অমৃত গোস্বামী আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু...

লেখকঃ ড°অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ ডিচেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৮

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ২০০৪ চনৰ চিনেমা সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ ডিচেম্বৰ, ২০২৫

দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

(ভাতৃপ্ৰতিম ইভান লইঙৰ হাতত) ৰত্না ভৰালী তালুকদাৰঅংকন: বৰ্ণিল মহন্ত য়াম্প’ য়াঃঙাঙ’ ৰ য়াঃঙাঙ’ ৰগন’ ন’ গুপ্‌প’ গুবাং য়েকুপ’ আজি আজি কৰি, কালি...

লেখকঃ ৰত্না ভৰালী তালুকদাৰ সম্পূৰ্ণ পঢ়ক →