মলেঁয়া
দাদুল দেৱকৃষ্ণ বৰুৱা (২১) জুলাই মাহৰ আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে। ২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা লগোৱা...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
দাদুল দেৱকৃষ্ণ বৰুৱা (২১) জুলাই মাহৰ আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে। ২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা লগোৱা...
স্মৃতিৰেখা দেৱী কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও...
মূল : অৰ্ঘ্যদীপ চক্ৰবৰ্তী অনুবাদ : পাপু মজুমদাৰ সকলোৰে জীৱনত প্ৰেম আহে ঠিকেই কিন্তু নাজানো মোৰ জীৱনত আহিছিল নে নাই। মোৰ জীৱনত তুমি আহিছিলা...
ড° বুলজিৎ বুঢ়াগোহাঁই বিমান যাত্ৰাৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বজাই ৰখাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেওঁলোকৰ...
অনুবাদ: নম্ৰতা দত্ত (এক) আলি কেঁকুৰি এই আলি-কেঁকুৰিটোৰ পৰাই আৰম্ভ হয় কিছুমান লেহেমীয়া পথ কিছুমান দুৰন্ত শিলৰ প্ৰসাদলৈ, আইনাৰ ঘৰলৈ, খেৰৰ...
অংকুৰণ আৰ্ফ পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী যিদৰে পুৰণি হয় পাতৰ সেউজীয়া ফুলৰ সুৱাস পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি হয়...
নৱনীতা ভট্টাচাৰ্য্য(২) কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰ�...
মিনাৰা হুছেইন “সুগন্ধিৰ স্নিগ্ধতা আৰু হৃদয়ৰ মুগ্ধতা ……” বেলিয়ে আগফালৰ বাৰাণ্ডাত বহি ডায়েৰীখনত কিবা এটা লিখিবলৈ লৈ ৰৈ গ’ল৷ ধৰাৰ বুকুলৈ...
অমৃত গোস্বামী লালু আৰু ভুলু দুয়োজনেই অনাথ, দুয়োজনেই দিব্যঙ্গ। নগৰ এখনৰ একেটা বস্তিতে বাস কৰা দুয়োজনৰ মাজত আছিল অকৃত্ৰিম বন্ধুত্ব; ইজনে...
পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজনেই হৈছে মহাত্মা গান্ধী৷ যদিও...
(স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…) কংকনা বৰুৱা মৰমৰ মমতা, মহাজগতৰ ইটো পাৰৰ পৰা তোমালৈ অশেষ মৰম ঢালি লিখিবলৈ লৈছোঁ...
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জোনাক জোনাক শীতল জোনাক &nb...
অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমৰ এজন চিন্তাশীল লেখক ময়ূৰ বৰা। বৰাৰ কলমত প্ৰতিফলিত চিন্তাৰাশিয়ে নতুন পুৰুষক জাতিটোৰ প্ৰতি ঋদ্ধ হ’বলৈ...
তুমি ভাল নহয় (You're No Good)মূল : ব'ব ডিলান * (২৪ মে, ১৯৪১-)অনুবাদ : ড° ৰঞ্জিত দত্তজানা, মই নিজেই নাজানোকিয় মই বিচৰা ধৰণেইভাল পাওঁ...
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তচতুৰ্থ অধ্যায়।। হেমন্ত বৰ্ণনা ।।।। অথ হেমন্তঃ ।।প্ৰবালৰ দৰে নৱপল্লৱেৰে ৰম্য শস্যৰ তলীউৎফুল্লিত বিকশিত লোধ্ৰ...
মৃদুল শৰ্মা২৩ দুৰ্যোধন৷ প্ৰথমে আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য আছিল পাণ্ডৱৰ হাতৰপৰা...
অজিত ছিংনাৰ(ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু...
ধৰি লওক, আপুনি সান্ধ্যভ্ৰমণ কৰে৷ আমাৰ দেশততো সান্ধ্যভ্ৰমণৰ বাবে তেনে আচুতীয়া ৰাস্তাৰ ব্যৱস্থা প্ৰায় নায়েই, গতিকে আপুনি সাধাৰণ গাড়ী-মটৰ চলা...
কিশোৰ দাস কোঁৱৰ ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো...
দেৱজিৎ ভৰালী বিগত সময়ছোৱাত হোৱা জলবায়ু পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC - Intergovernmental Panel On Climate Change...
চুনা কুমাৰ পাঠৰী উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে। হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন পদপথৰ...
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ...
প্ৰেমনাৰায়ণ নাথ সময়ে গিলি থ’লে সময় সিদিনা মেঘ বৈ আহে মাজে মাজে পাৰ ভাঙি জ্বলা জুই হৈ থোকাথুকি নামঘোষা ‘তেবেসে লৈলো শৰণ’ যেন ৰ’ল আহি জীৱনৰ...
ধ্ৰুৱকুমাৰ তালুকদাৰ মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত এটা চোলা আছিল দুখৰ- এদিনাখন জেপত পইছা নথকা কাৰণে মই সেই চোলাটো আনিছিলোঁ ৰাতিৰ বজাৰৰ পৰা...