৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১১ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ২৮ জুন, ২০২৩

বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ

মঞ্জু দাস প্ৰস্তাৱনা : বিজ্ঞানমনস্কতা হ’ল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়�...

লেখকঃ মঞ্জু দাস সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ জুন, ২০২৩

সন্ধান

আব্দুচ ছামাদ বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷ অ’ত-ত’ত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই বিচাৰি ফুৰা মানুহজনক? ‘চিনি...

লেখকঃ আব্দুচ ছামাদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ জুন, ২০২৩

মাতৃয়েই মোৰ বাবে শ্ৰেষ্ঠ

সত্যজিৎ গগৈমাতৃ হৈছে বিশ্ৰব্ৰক্ষ্মাণ্ডৰ সকলোতকৈ শ্ৰেষ্ঠ৷ মোৰ বাবে পৃথিৱীখনেই মাতৃ৷ নিজৰ দেশ খনো মাতৃ৷ নিজৰ ৰাজ্যখনো মাতৃ আৰু জন্মদাত্ৰী...

লেখকঃ সত্যজিৎ গগৈ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ জুন, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্যপঞ্চম খণ্ড জলপান খাই আইতা আৰু মই বাৰীলৈ ওলাই গ’লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম, কঠাল, নাৰিকল, জলফাই, আমলখি...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ জুন, ২০২৩

খোজ - দ্য ষ্টে’প

মুনমী দত্ত হাজৰিকা(ক) সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণত আমলখিৰে...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ জুন, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৯) পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৬ জুন, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত|| পঞ্চদশ অধ্যায় ||সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে ,কেৱল ৰত্নৰ আকৰ সমুদ্ৰৰ...

লেখকঃ মূল : মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ জুন, ২০২৩

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

অংগনা চৌধুৰী বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৫ জুন, ২০২৩

বচা বকুল

ৰমানন্দন বৰাদ্বিতীয় খণ্ড এক পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ জুন, ২০২৩

গল্প প্ৰকৰণ

পৰিস্মিতা বৰদলৈ : আমি ক’ত আছিলোঁ! : কবিতা৷ : অঃ য়েছ৷ কবিতা৷ কবিতা নুবুজাৰ কথা নাহেই আচলতে৷ যিটো ভাষাত কবিতাটো লিখা হৈছে সেই ভাষাটো যদিহে...

লেখকঃ পৰিস্মিতা বৰদলৈ সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৫ জুন, ২০২৩

উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ ‘তিব্বত-চীন’ ভাষাৰ ‘বৰ্মী উপভাষী’ এই মংগোলীয় লোকসকল এসময়ত নেপাল...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ জুন, ২০২৩

বৰষুণ, তুমি

মূল: কে সচ্চিদানন্দন অনুবাদ উৎপল দত্ত সেয়া বৰষুণ আছিল নে তুমি? তাত সুগন্ধ আছিল তীব্ৰ বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ, আমৰ ঠাৰিৰ...

লেখকঃ মূল : লুইছ গ্লুক সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ জুন, ২০২৩

পাৰ হৈ

মূল : অক্‌টাভিঅ পেজ লোজানো (Octavio Paz Lozano-ৰ কবিতা Across) অনুবাদ : ড° ৰঞ্জিত দত্ত তোমাৰ চকুৰ চেলাউৰিয়ে কৈ যোৱা কথা খিনিকে লিখি...

লেখকঃ মূল :Octavio Paz Lozano সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ জুন, ২০২৩

দুকাপ চাহ

অসীম তালুকদাৰ পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম...

লেখকঃ অসীম তালুকদাৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ জুন, ২০২৩

প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

দেৱজিৎ ভৰালী মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান-প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে৷ আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে...

লেখকঃ দেৱজিৎ ভৰালী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ জুন, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

বিদিশা দত্ত (৪) ৰাতিপুৱাৰ সময়। নৈৰ পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ’দ লৈ বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তলত গোবৰ...

লেখকঃ বিদিশা দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ জুন, ২০২৩

বিবিবাটাৰফ্লাই

অংগনা ভট্টাচাৰ্য্য “অ’ চিত পখিলা অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী আৰু ক’ত দেখিলা?” ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই থাকিল৷...

লেখকঃ অংগনা ভট্টাচাৰ্য সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৩ জুন, ২০২৩

বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ

সাক্ষাৎ গ্ৰহণ : ৰিমলী বৰকটকী ৰবি শৰ্মাৰ নামৰ ভনিতা মেলি কিবা কোৱাৰ অসমীয়া পাঠক-দৰ্শকক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া ছবিজগতৰ...

লেখকঃ সাক্ষাৎ গ্ৰহণ: ৰিমলী বৰকটকী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২২ জুন, ২০২৩

অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা

সপোনজ্যোতি ঠাকুৰ(অন্যযুগ বক্তৃতা, ২০২৩) মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব...

লেখকঃ সপোনজ্যোতি ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২২ জুন, ২০২৩

কিমান মূৰ্ত এই বিমূৰ্ত কলা

বিমূৰ্ত পেইণ্টিং : কি আৰু কিয় সঞ্জীৱ বৰাতেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা যেন...

লেখকঃ সঞ্জীৱ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ জুন, ২০২৩

শেষ গান

বিজয় শঙ্কৰ শৰ্মাঠিক কেঁকুৰিটোৰ আৰম্ভণিতেশুভ্ৰবসনেৰে আবৃতবুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ আকাশৰ ফালে ওখ হৈ হৈ নোহোৱা হৈ গৈছিলসিদিনাৰ...

লেখকঃ বিজয় শঙ্কৰ শৰ্মা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২১ জুন, ২০২৩

ভালক ভাল, বেয়াক বেয়া বুলি কোৱাৰ পৰিৱেশ

আধুনিক গণতন্ত্ৰৰ এটা বিশেষত্ব হৈছে মুক্তভাৱে মত প্ৰকাশৰ অধিকাৰ৷ শেষ মধ্যযুগ পৰ্যন্ত সকলো মানুহৰে মুকলিমূৰীয়াকৈ নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২১ জুন, ২০২৩

জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা পাইছেহি...

লেখকঃ স্ৰোতস্বিনী তামুলী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৭ জুন, ২০২৩

বেং-বেলেষ্টৰ

অমৃত গোস্বামী বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →