ষ্টেণ্ডাৰ্ড মডেল, নতুন পদাৰ্থ বিজ্ঞান আৰু ব্ৰেকথ্ৰু বঁটা ২০২৬
ড০ অনিল চন্দ্ৰ বৰা কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী ব’ছন—আৰু...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
ড০ অনিল চন্দ্ৰ বৰা কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী ব’ছন—আৰু...
প্ৰীতিৰেখা নেওগ কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক...
ড॰ চন্দনজ্যোতি চুতীয়া ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ...
বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা...
গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ উজ্জ্বলতাৰে যুগজয়ী আত্মজীৱনীৰ...
ড॰ অসীম চুতীয়া প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷...
ডা০ প্ৰাঞ্জল কুমাৰ নাথ কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি...
কিশোৰ মনজিৎ বৰা চেৰেক চেৰেক চৰাইৰ তীৰ্যক মাতটো নুশুনিও শুনো তাঁতশালৰ ৰঙাফুল নেদেখাকৈয়ো দেখো বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি আহে...
ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ নিজাৰ পৰা...
ৰাতুল মহন্ত শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ বাহিৰে...
ড° বুলজিৎ বুঢ়াগোহাঁই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী...
মূল (ইংৰাজী) : মায়া এনজেলিও (Maya Angelou ), আমেৰিকাঅনুবাদ : ড° ৰঞ্জিত দত্তদেৱালৰ ছাঁবোৰ,হলঘৰটোৰ হাই-উৰুমিবোৰ,জীৱনে মোক একেবাৰেইভীতিগ্ৰস্�...
(পূৰ্ণাংগ নাটক)ড০ জ্যোতি প্ৰসাদ শইকীয়াষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে...
ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে...
নৱ ৰাজনযেন অন্য এক ৰামায়ণ।পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী...
ড০ প্ৰাণজিৎ বৰা৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁউজি চকুদুটা মুদি লৈ পদ্য মাতি আছে...
ড০ প্ৰিয় দেৱ গোস্ৱামী মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল...
বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ মাজলৈ...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবিবিহু...
মূল: ফ্ৰাঞ্জ কাফ্কা অনুবাদ : ৰঞ্জুমণি মহন্ত এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই মোৰ বুটযোৰ আৰু মোজাযোৰ...
মৃদুল শৰ্মা(যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত)কি আনন্দ-উল্লাসতহাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায়আকাশ ফালি সাগৰৰ বুকু কঁপাইকোন বিষণ্ণতা কোন...
ড° অনিল চন্দ্ৰ বৰা কোৱাণ্টাম বলবিজ্ঞান দীৰ্ঘদিন ধৰি দাৰ্শনিকসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে, যিয়ে আধ্যাত্মিকতা, বিজ্ঞানৰ দৰ্শন, নৈতিকতা...
ৰূপাঞ্জলী নেওগ সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া?...
ড০ প্ৰাণজিৎ বৰা২ ঘৰৰ পিছবাৰীখন ঘাঁহ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা...