৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৩ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
সম্পাদকীয় ২৮ এপ্ৰিল, ২০২৪

শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ

‘ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত, লেকিন বিহু বিহু লাগিছে হামনে কে’ ভী গাত...’ প্ৰেৰডী সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন মন�...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৪

লেন্সৰ মাজেৰে “কাঁচিচিনিঠু”

কংকণ বৰা আধুনিক কিম্বা উত্তৰ-আধুনিক বলয়ত পণ্যৰ আধিপত্য তথা ই কিদৰে সামাজিক জীৱনৰ ঔপনিৱেশিকৰণ সম্পূৰ্ণ কৰে তাক ক’বলৈ গৈ Guy Debord-য়ে...

লেখকঃ কংকণ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৪

ব্লাউজ

ৰেমী শৰ্মা কেইবাবছৰ ধৰি ব্লাউজটো তাইৰ লগতে শুইছে দুটা চমকা তৰা ঢাকি থোৱা ব্লাউজটো পিন মৰা ঠাইতে ফিচিকি গ’ল চিৰিংকৈ মাৰিলে আকাশৰ তলত গাজনি...

লেখকঃ ৰেমী শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৪

ৰাম কথা

অজন্ত কুমাৰ বৰা তুমি ৰাম বোলাঁ নে হৰি বোলাঁ গড বোলাঁ নে আল্লা বোলাঁ তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ যজ্ঞ কৰাঁ নে হজ কৰাঁ সেয়া তোমাৰ কথা...

লেখকঃ অজন্ত কুমাৰ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৪

সূত্ৰ

ৰাজীৱ বৰা সন্তুষ্টি এতিয়া বৰষুণৰ পানী? সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷ চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷ ঢাকনি নাই, বান্ধনি...

লেখকঃ ৰাজীৱ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ এপ্ৰিল, ২০২৪

কথকী চৰাইবোৰ মৰাৰ পাছত

মনোজ নেওগ কথাত কথা বাঢ়ে কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল। নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ আচলতে আমি আমাক খামুচি ৰাখিব...

লেখকঃ মনোজ নেওগ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ এপ্ৰিল, ২০২৪

অসমত বৃত্তিমূলক (Vocational) শিক্ষা

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে৷ যিসকল যুৱক-যুৱতীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ এপ্ৰিল, ২০২৪

স্বৰলিপিবিহীন কান্দোন

গীতিমণি গোস্বামী(বৰঠাকুৰ) চুপতি মাৰিবলৈ ভাল নিৰ্মলৰ লগত ... কথাবিলাক ইয়াত বুৰবুৰণি ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা মাজে...

লেখকঃ গীতিমণি গোস্বামী(বৰঠাকুৰ) সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ এপ্ৰিল, ২০২৪

প্ৰথাগত ধৰ্ম আৰু মানৱতাবাদৰ যুঁজ

বাসুদেব দাস ‘তুমি ধৰ্ম-টৰ্ম বিশ্বাস নকৰাঁ, ইয়াৰ বাবে মোৰ কোনো দুঃখ নাই।এটা সময়ত আছিল।মিছা কথা নকওঁ— কিন্তু এটা মানুহে সেইবোৰ নামানিও কিমান...

লেখকঃ বাসুদেব দাস সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৫ এপ্ৰিল, ২০২৪

কলা কি?

মূল : লিও টলষ্টয়ৰ ‘What is Art?’ অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাসমই আৰম্ভ কৰিম নন্দনতত্বৰ পিতৃ ব’মগাৰ্টেন (১৭১৪-১৭৬২)-অৰ কথাৰে ।ব’মগাৰ্টেনৰ...

লেখকঃ মূল :লিও টলষ্টয়ৰ ‘What is Art?’ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৫ এপ্ৰিল, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱীছটছটীৰ নেতৃত্বত জুৰণিপাৰৰ গভীৰ হাবিলৈ যোৱা দলটো দুদিন-দুৰাতি একেৰাহে বাটলুৰ সন্ধানত অভিযান চলাই উভতি আহি মহাৰাজৰ কাষ...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৪ এপ্ৰিল, ২০২৪

মৃত পাতবোৰ

নিজৰা ৰাজকুমাৰী : তুমি দৰমহা পোৱা নাই! মানে তুমি ভোকত আছা! : ওঁ। অলপ। : হেভ চাম পেষ্ট্ৰি। ৰেষ্টুৰেণ্টত, দেখাত এহাল মানুহৰ মাজত হোৱা নিচেই...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ এপ্ৰিল, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (৩য় অধ্যায়) (১) মোৰ ওপজা গাঁওখন দ বেছেৰীয়া যদিও, দ গাঁও নামেহে মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৩ এপ্ৰিল, ২০২৪

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত দ্বিতীয় অধ্যায়।। অথ বৰ্ষা ।।হে প্ৰিয়া !ৰাজ-ৰাজেশ্বৰৰ দৰে বৰ্ষাঋতু সমাগত ।জলকণাপূৰ্ণ মেঘ তেওঁৰ মদমত্�...

লেখকঃ অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২১ এপ্ৰিল, ২০২৪

মানুহ – অমানুহ

চিত্তৰঞ্জন ওজা মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যাত গাঁৱৰ পৰা...

লেখকঃ চিত্তৰঞ্জন ওজা সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৪

গৈৰিক ভৈৰৱ

উদয় কুমাৰ বৰুৱা ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত মেৰখাই পৰিছিলো অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি এক...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৪

প্ৰেম

ছালমা জামান ঘৃণাৰ চহৰত এজন উন্মাদ প্ৰেমিকৰ সন্মতিৰ যুঁজত চৰাই হৈ গান গাইছিল তাই গান গাই থাকোঁতে মাজে মাজে তাই উচুপিছিল বৈধ-অবৈধৰ কথা নাভাবি...

লেখকঃ ছালমা জামান সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৪

জোন

হিল্লোলজ্যোতি সিংহ নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে এঢোক গধূলি গিলি হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক আৰু মই হৈ পৰিছিলোঁ কণা...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৪

কবিৰ সংজ্ঞা

আকাশ দীপ্ত ঠাকুৰ কবিতা বুলিলেই হ’ব পাৰে প্ৰতিবাদী নহ’লে নহয় কবি, হয় বেতনভোগী অথবা হিতাধিকাৰী শোভনীয় নহয় কবিৰ অনুভৱত ফুল-তৰা-গান মাতত ভাঙিব...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২১ এপ্ৰিল, ২০২৪

নাহৰ পাতত ব’হাগ

বিকাশ গোহাঁই নাহৰ পাতত লিখিছোঁ তোমাৰ নাম, অ’ মোৰ ব’হাগ চহাৰ প্ৰাণত শিপাই আছে বিহুনাম গৰুহালৰ সলনি টেক্টৰখন আহিল ভালেই হ’ল, কষ্ট লাঘৱ তথাপি...

লেখকঃ বিকাশ গোহাঁই সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ এপ্ৰিল, ২০২৪

যুদ্ধ, বিধ্বস্ত শৈশৱ ইত্যাদি

লুইতজ্যোতি শৰ্মা ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে...

লেখকঃ লুইতজ্যোতি শৰ্মা সম্পূৰ্ণ পঢ়ক →
গল্প ১৯ এপ্ৰিল, ২০২৪

নাংচেং

অংগনা ভট্টাচাৰ্য্য হেৰেমৰ সুদৃশ্য কক্ষটোৰ আলোকসজ্জাবোৰ আজি মোৰ বজ্ৰপাতৰ ভয়াৰ্ত পোহৰৰ খেল যেন লাগিছে৷ উতলি অহা শৰীৰৰ তেজক শান্ত কৰিব নোৱাৰি...

লেখকঃ অংগনা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৭ এপ্ৰিল, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ(ছয়) তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৭ এপ্ৰিল, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা১৬ বিদূৰ৷হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰম�...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →