কেথেৰিন
নীলোৎপল বৰুৱা অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
নীলোৎপল বৰুৱা অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷...
অমৃত গোস্বামী ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷ শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷...
নিতুপৰ্ণ ৰাজবংশী...
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়াপঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ...
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন...
অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন ধুমুহাক...
যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ...
উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি… *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ...
ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ...
অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা...
পৰী পাৰবীনo New Year’s Day to celebrateNo chocolate covered candy hearts to give awayNo first of Spring, no song to sing কাংৰা উপত্যকালৈ...
পংকজ প্ৰতিম বৰদলৈসংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি...
ড০ নিতালী বি কোঁৱৰ(উৎসৰ্গা : জুবিনগাৰ্গ ) তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে। সেই...
মিত্ৰাবিন্দা বৰা বৰ্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্ৰেক্ষাপটত ভাষাই কেৱল সহজাত প্ৰয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই...
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায় এদিন আধা ৰাস্তাতে ... . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ...
গোৱিন কুমাৰ খাউণ্ড(দহ) ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ'ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো...
ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সিত সামৰ্থ্য...
ড॰ অসীম চুতীয়াঅসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু...
মূল : ৰামকুমাৰ মুখোপাধ্যায়অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰীক্ষুধা স্ত্ৰীলিঙ্গ ১ বুভুক্ষা, ভোজনেচ্ছা৷ ‘ক্ষুধাকৰ, ক্ষুধাশান্তি৷...
অঞ্জুমণি ভৰালীএখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া একাপ ফিল্টাৰ কফি... গৰম * যিমান দূৰলৈ চাব পাৰি গোটেই বাটতো...
দ্বীপৰাজ (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু) বাৰী সিঁচি শিঙিৰ খোঁচ খোৱা যদি...
নৃপেন গোস্বামীমাখি উৰিছে সকলোতেগেলাত, পচাতআৰু ইয়াত, তাতমাখিবোৰৰ গোন্ধ অপছন্দ গেলা খাই গেৰেলা মাখিগাখীৰত বহি শুদ্ধ নহয় মাখি মাখিত বিজাণু...
পুলিন কলিতা ‘My great desire is that the reader will be able to connect to …. and learn a bit more about the otherwise cold and abstract...
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট...