৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪০১ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৪ / ১৭)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ১৫ মাৰ্চ, ২০২৬

ৰূপকাৰৰ আত্মকথা

ববিতা কলিতা ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ...

লেখকঃ ববিতা কলিতা সম্পূৰ্ণ পঢ়ক →
গল্প ১৪ মাৰ্চ, ২০২৬

নয়নতৰা

আকাশ দীপ্ত ঠাকুৰ “সেইখন পথিৱী বেলেগ সীমান্ত৷ আমি ভাবি লোৱা, মানে আমাৰ হাতৰ মুঠিত থকা এই পৃথিৱীখনৰ দৰে নহয়৷ যিমানেই আমি চেষ্টা নকৰোঁ কিয়...

লেখকঃ আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
গল্প ১৪ মাৰ্চ, ২০২৬

শ্বায়েৰী জীৱনৰ

অংগনা চৌধুৰী আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
গল্প ৯ মাৰ্চ, ২০২৬

বিহুনামত চৰাই-চিৰিকতিৰ স্থান

নৱ ৰাজন বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্�...

লেখকঃ নৱ ৰাজন সম্পূৰ্ণ পঢ়ক →
কবিতা ৯ মাৰ্চ, ২০২৬

পোৰণি

জয়ন্ত দত্তদেহা : অসমশ্ৰী জিনাপেছা : অভিযন্তাসোঁহাতৰ যিমান অৰ্জনবাওঁহাতৰ তাৰ কুৰি গুণবিশেষজ্ঞৰ পৰামৰ্শত খোৱাশোৱা...দৈনিক তিনিঘণ্টাকৈ...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৯ মাৰ্চ, ২০২৬

উৰন্ত শিলালিপি

এম. কামালুদ্দিন আহমেদ কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ সভ্যতাই মোট সলাব গুগল এৰি...

লেখকঃ এম. কামালুদ্দিন আহমেদ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ ফেব্ৰুৱাৰী, ২০২৬

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

মূল: ৰেইনাৰ মাৰিয়া ৰিল্কেঅনুবাদ: নিকু দুৱৰা তৃতীয়খন চিঠি ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা...

লেখকঃ অনুবাদ :নিকু দুৱৰা সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ফেব্ৰুৱাৰী, ২০২৬

অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা

ড॰ অসীম চুতীয়া সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা...

লেখকঃ ড° অসীম চুতীয়া সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৮ ফেব্ৰুৱাৰী, ২০২৬

কমিউনিটি আৰ্কাইভ আৰু পাণ্ডুলিপি সম্পদ

পংকজ প্ৰতীম বৰদলৈ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ হয়৷ ধৰ্ম...

লেখকঃ পংকজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ফেব্ৰুৱাৰী, ২০২৬

আৰিগাট’

নীলোৎপল বৰুৱা আৰিগাট’ যেতিয়া আৰিগাট’ হৈছিল, তেতিয়া জুন মাহ৷মাখি আৰু লিকলিকিয়া অমৰলতাবোৰ জনতা গেৰেজৰ পাছফালে বাঢ়িবলৈ লৈছিল৷ ব্যৱহৃ�...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ ফেব্ৰুৱাৰী, ২০২৬

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এপটিটিউড (Aptitude), লজিকেল ৰিজনিং (Logical Reasoning) আদিৰ প্ৰস্তুতি কৌশল

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰশীল...

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ ফেব্ৰুৱাৰী, ২০২৬

নীল সাগৰৰ শংখধ্বনি - এক অমৃতকথা

পৰিস্মিতা বৰদলৈ ‘ভালপোৱা’ এনে এক অমৃত যি জীৱনৰ সমস্ত গৰল শুহি ল’ব পাৰে,যি জীৱনৰ সমস্ত যাতনাক তু্চ্ছ কৰি পেলাব পাৰে, যি খোজবিহীন দুভৰিক...

লেখকঃ পৰিস্মিতা বৰদলৈ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ ফেব্ৰুৱাৰী, ২০২৬

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়াচতুৰ্থ দৃশ্য মঞ্চৰ up mid zone অত বেদনাথ বৰুৱা আৰু নিৰদাই close range-অত বহি থাকে৷ মঞ্চৰ...

লেখকঃ ড° জ্যোতিপ্ৰসাদ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ফেব্ৰুৱাৰী, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, পঞ্চম অধ্যায় নতুন খোজবোৰ কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন দূৰত৷...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ ফেব্ৰুৱাৰী, ২০২৬

মিনিৰ গল্প

স্মৃতিৰেখা দেৱী‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৬ ফেব্ৰুৱাৰী, ২০২৬

ৰফিকুল হোছেইন হোৱাটো সহজ‌ নহয়

সোণেশ্বৰ নৰহ এমেছাৰ থিয়েটাৰ অৰ্থাৎ অপেছাদাৰী নাট্য আন্দোলনৰ অক্লান্ত সৈনিক ৰফিকুল হোছেইনৰ উচৰ্গিত জীৱনটো ইমান কম আয়াসতে ব্যাখ্যা শেষ কৰিব...

লেখকঃ সোণেশ্বৰ নৰহ সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২৬ ফেব্ৰুৱাৰী, ২০২৬

মৰতী

মৃদুল হালৈ তিনিটাকৈ মন পোৱালি মনতে মেলি কতনো থাকগৈ হেৰ’ তই— মাকজনী ইটোৱে যদি চহায় শাকনি সিটোৱে বোলে দা ধৰাই আন মোকলাওঁ হাবি আনটোৱে দিনৰ...

লেখকঃ মৃদুল হালৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৬

ফাগুন

গায়ত্ৰী ফুকন পলাশ জোপাক দেখুৱাই ক’লোঁ চোৱাঁ সেয়া ফাগুন ৷ ৰঙা ফাগুন। বান্ধৱীয়ে ক’লে মহানাগৰীকক সোধাঁ ফাগুনৰ ৰং ৰঙানে বগা৷ ধুলিৰ ৰং যে বগা৷...

লেখকঃ গায়ত্ৰী ফুকন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ ফেব্ৰুৱাৰী, ২০২৬

প’ডকাষ্টত ফাগুন

চুনা কুমাৰ পাঠৰী কনটেণ্ট ক্ৰিয়েটৰ ঋতুৰ নৱতম বৰ্ণাঢ্য আয়োজন— ষ্টুডিঅ’ত অতিথি ফাগুন৷ ছিৰিয়াছনেছ্, একদম নাৰ্ভাছ ফিল৷ চুচুকচামাক চাৱনি৷...

লেখকঃ চুনা কুমাৰ পাঠৰী সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৬ ফেব্ৰুৱাৰী, ২০২৬

শৃঙ্খলা আৰু শৃঙ্খলাহীনতা

আমাৰ মানুহবোৰৰ হৈছে কি? সকলো ক্ষেত্ৰতে ইমান অৰাজকতাই পুলি-পোখা মেলিছে কিয়? সৌ সিদিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনা কোনোবা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ ফেব্ৰুৱাৰী, ২০২৬

এটা কোমল ফাৰৰ কোট

চয়নিকা শৰ্মা খাউণ্ড চিকিউৰিটি ছেকিঙৰ যাৱতীয় কামখিনি শেষ কৰি বিশাল এয়াৰপ’ৰ্টটোৰ জিৰনি কক্ষত সুকোমল ছ’ফাখনত নিজৰ গাটো ধমহকৈ এৰি দি স্বস্তিৰ...

লেখকঃ চয়নিকা শৰ্মা খাউণ্ড সম্পূৰ্ণ পঢ়ক →