অনুবাদতত্ত্ব
ড॰ তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড॰ তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
ড॰ তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড॰ তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী...
সঞ্জীৱ সভাপণ্ডিত হাইস্কুলত পঢ়ি থকা সময়ত কৃপাবৰ বৰবৰুৱাৰ উইলখন পঢ়িছিলোঁ৷ বৰ হাঁহি উঠিছিল৷ চেঙেলী মাছ-গৰৈ মাছ আদি যে আমালৈ থৈ গৈছে ভাবি...
বিপুল কুমাৰ দিহিঙীয়া গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’ মই কি নাম দিম... কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ। সৰ্পিল অৰণ্যৰ বাটেৰে...
গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা পানী কৰি অ’লহা নীলকণ্ঠ বীৰ যোদ্ধা অ’লহাৰ বাসন্তী বুকুত ফুলে মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী...
ভাস্কৰ জে নাথ এনে লাগে যেন সি মোৰ গৰাকী মই গুচাই চাওঁ শতিকাৰ এলান্ধু যদিওবা কোঙা হ’লোঁ পঁয়ত্ৰিছবাৰ উৱঁলি যোৱা ঘৰটোত হিচাপ প্ৰতিটো...
জোনমণি দাস যিয়ে মোক আধা বাটত এৰি থৈ গুচি গ’ল তেওঁৰ বাবে ৰৈ থাকোঁতে থাকোঁতে বাটটোৰো পিয়াহ লাগিল আৰু পানী বিচাৰি বাটটোৱে বাটকুৰি বালে। মই...
বংশী বৰা এতিয়া সোণাৰুৰ গাভিনী চৰ্যা শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ হাজাৰ নাহৰৰ চাকিৰ শৰাই ৰঙা সাগৰ শিমলুৰ চেলেং বাট স্বৰ্ণ চম্পা...
দিলীপ ফুকন কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো বিষয়বস্তু বাছি লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক বোধ...
পঙ্কজ প্ৰতিম বৰদলৈ গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা...
লক্ষ্যজিৎ হাজৰিকা বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ...
শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰত এই...
স্ৰোতস্বিনী তামুলী যোছেফ মাৰাকৰ কটা যোৱা ভৰিখনত শুকান পাতৰ খৰমৰণি বাঘজানৰ মানুহবোৰৰ চকুত শিমলুৰ ৰঙা মোৰ মূৰৰ ওপৰত ফটফটীয়া নীলাতকৈও নীলা...
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমিৰ কে জিৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী...
মূল : কেইট চ’পিন, The story of an hour অনুবাদ : নিংকু নিশা নেওগ মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে...
নিৰু দত্তদুগালত সানি চন্দনৰ গুড়ি ঘৰচিৰিকা ওলাল বাজবাহত থাকিল পোৱালি দুটা চিৰিক চিৰিক মাত ।আইদেউৰ চোতালত মৰণা মাৰিছে দুহালকৈ বলধ যুটি,সৰিয়হ...
বুবুল শৰ্মামতা কুলিসুৱদি কুলিৰ সুৰৰ মূৰ্ছনাই,মৰুময় পৃথিৱীৰ বুকুত যেন মৰূদ্যানৰ সম্ভেদ দিছে ৷ শীতৰ ঠেঁটুৱৈ জাৰত গছৰ পাত সৰি গছ লঙঠা হয় ৷...
ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে। তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে। যদি...
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা)সি ঠাই এখন পাইছে। নাম্-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল- ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে দুজনক লৈ...
ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)(বিশ) বৰচ’ৰাত নিতৌ মেল বহে ৷ এনে এটা দিনৰে কথা : আজি আকৌ কেইটামান অভিযোগৰ বিচাৰ আছে। নাম-ৰূকতে...
জয়ন্ত দত্ত A man is not a hero to his wife and valet চুপ থাক বিকৰ্ণ* তই কিহৰ কিটো... কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি ঘটনাক ৰহণ সানি সানি...
মিণ্টুল হাজৰিকা টি ছাৰ্টত বেলিফুলৰ বাগান ওপৰত হালধি ছটিওৱা আকাশ কি যে জকমক জকমক ফুলবোৰ চকুলোত হাবুডুবু হৈ লেৰেলা লেৰেলি... স্বপ্ন-ঘৰৰ...
গীত বৈভৱী ১ নিশাৰ এই গহনত বৰ্ষাঘন আকাশ এখন কিদৰে ফাটি পৰিল মোৰ তন্দ্ৰাত মই বুজিব নাই চেতনাৰ চোতাল জুৰি বাদল আৰু বিজুলীৰ উন্মাদ নৃত্য বাঢ়িছে...
দ্বীপৰাজ ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা ৰঙাসাপ অবাস্তৱিক ভোকোন্দা গেৰিলা দাউকৈ চাকিশলা জ্বলোৱা। চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত তোমালোক...
হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you must...