৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৬ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২৬ মাৰ্চ, ২০২২

চহৰখন গাঁৱলৈ লৈ নাহিবা

ৰণ্‌জিত গগৈ কোনোটোৱে ক’তো একেদৰে একে হৈ থকা নাই খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ ধূলি আৰু...

লেখকঃ ৰণ্‌জিত গগৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ মাৰ্চ, ২০২২

সম্পৰ্ক

নীলাক্ষী চলিহা গগৈ ‘আহিছে কোনোবা’, ফুচফুচাই ক’লে নিভাই। ‘গগৈদা হ’ব’, কাণ উনাই ক’লোঁ মই। ‘নহয়৷’ ‘কোননো আছে আৰু...??’ আমাৰ ঘৰটো দুমহলীয়া...

লেখকঃ নীলাক্ষী চলিহা গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মাৰ্চ, ২০২২

ধানৰখীয়া

নিৰোদ গোহাঁইধানৰ মুঠি এৰি ক'লৈনো যাওঁ এই আঘোণমহীয়াহওঁতে আবেলিৰ এই বেলিটোৱে কৈ থাকেগৈ থকা দিনবোৰৰ কথা -ৰৈ নিদিবি ৰৈ নিদিবি কেতিয়াবা পথাৰখন...

লেখকঃ নিৰোদ গোহাঁই সম্পূৰ্ণ পঢ়ক →
গল্প ২৪ মাৰ্চ, ২০২২

স্বৰ বিভ্ৰান্তি

গীতিমণি গোস্বামী (বৰঠাকুৰ) মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ...

লেখকঃ গীতিমণি গোস্বামী (বৰঠাকুৰ) সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মাৰ্চ, ২০২২

কবিতা জিজ্ঞাসা

অনুভৱ তুলসী১.শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব। কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ।এটা ধানপাতৰ পৰা...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মাৰ্চ, ২০২২

এটা উত্তৰ আধুনিক প্ৰেমৰ কবিতা

প্ৰাণজিৎ বৰুৱাবিয়েৰৰ গোন্ধ আৰু চুৰটৰ ধোঁৱাত আৱদ্ধবন্ধ কুঠৰীৰ বদনামী বতাহপালেঙত সোতমোচ অন্তৰ্বাসৰ হিচহিচনিফ্ৰেমত বন্দী খাজুৰাহোৰ যুগল...

লেখকঃ প্ৰাণজিৎ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ মাৰ্চ, ২০২২

যিবোৰ হৈ গ'ল

দিগন্ত নিবিড়যিবোৰ হৈ গ'লসৰি পঁচি মাটি হ'লমৰা জোন এটাৰ স্মৃতি পৰিকল্পনাযিবোৰ হৈ গ'লজ্বলি পুৰি ছাই হ'লবিভ্ৰান্ত আকাশৰ স্বপ্ন বজ্ৰপাতএকালৰ...

লেখকঃ দিগন্ত নিবিড় সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ মাৰ্চ, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠকবীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে?...

লেখকঃ ৰচনা পাঠক সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৩ মাৰ্চ, ২০২২

বচা বকুল

ৰমানন্দন বৰান বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা নাছিল৷ লক্ষ্মী আইৰ পোনপটীয়া...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ মাৰ্চ, ২০২২

তেজৰ দৰে ডোঙা বান্ধি হাহাকাৰবোৰ...

ধ্ৰুৱজ্যোতি দাসবৰ লাজ লাগিব জানা,যুদ্ধৰ বিষেৰে জন্ম পোৱা অপুৰঠ শিশুহঁতে এদিন যেতিয়া তোমাৰ কথা পঢ়িবসিহঁতৰ পাঠ্যপুথিতলিখিব স্কুলৰ...

লেখকঃ ধ্ৰুৱজ্যোতি দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ মাৰ্চ, ২০২২

কাউৰী কথা

প্ৰাঞ্জল হাজৰিকামাত আৰু সৌন্দৰ্যৰ কথা এৰিএষাৰেই কথা ক‌ওঁই এটা মূৰ্খ চৰাই ।হঠাতে কি হ'ল নাজানোএজাক পোহৰে খেদি ফুৰা বাবেইৰাতিটো সিদিনা পলাই...

লেখকঃ প্ৰাঞ্জল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ মাৰ্চ, ২০২২

সাহিত্য সমাজৰ দাপোণ

মনমী ভট্টাচাৰ্য আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা নিৰাশা...

লেখকঃ মনমী ভট্টাচাৰ্য সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ মাৰ্চ, ২০২২

ছল্ট ষ্ট’ৰী

নীলোৎপল বৰুৱা : চোৱাঁ...নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন। দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ড‌ই শব্দ কৰিছে। তেখেতৰ সিৰা আৰু...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৩ মাৰ্চ, ২০২২

সমালোচনা সম্পৰ্কে কিছু পৰ্যৱেক্ষণ

কেৱল সাহিত্যৰ ক্ষেত্ৰতে সীমাৱদ্ধ নহয় যদিও সমালোচনা বুলিলে কেৱল গুণ-দোষ নিৰূপণৰ বাবে লিখিত নথি হিচাপে অনুশীলন কৰা সাহিত্যৰ ক্ষেত্ৰখনলৈকে...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ মাৰ্চ, ২০২২

হলৌ উঠিল টকৌ গছত

ড° ভাৰত বৰুৱা তেতিয়াৰ দিনৰ কথাই বেলেগ আছিল। সেই তাহানিখনত, মানে আমি সেই প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ দিনবোৰৰ কথা ক’ব বিচাৰিছোঁ। এতিয়া কথা হৈছে...

লেখকঃ ড°ভাৰত বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ মাৰ্চ, ২০২২

জাহ্নৱী কাকতিৰ "তেজত ফুলা বেলি” : কবিতাৰ কেনভাছত সমাজ-সত্যৰ প্ৰতিফলন

ৰুদ্ৰ সিংহ মটক"Genuine poetry can communicate before it is understood." (T.S.Eliot) মাজৰাতি কোনে কাক চিঞৰে ?(ক'ৰবাত জুই একুৰা জ্বলে...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ মাৰ্চ, ২০২২

এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি

জীৱন কিশোৰ(১)ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি...

লেখকঃ জীৱন কিশোৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২৩ মাৰ্চ, ২০২২

অন্য এক অমিতাভ যাত্ৰা

পৰী পাৰবীনআদিত্যই আহ্নিকলৈ গতি কৰাৰ প্ৰহৰ। চৌপাশে বিৰাজ কৰিছে নিবিড়ঘন শ্যামলিমাই। বিগত কতদিন কতদণ্ড বাৰিষাৰ প্ৰবল ধাৰাই প্ৰকৃতি সজীৱ...

লেখকঃ পৰী পাৰবীন সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৩ মাৰ্চ, ২০২২

মই ডাঙৰ হৈ অহাৰ সময়ৰ

মূল (ইং.) লেংষ্ট'ন হিউজ : As I grew Older ভাষান্তৰ : ড০ দীপমণি দাসবহুদিন আগৰ কথাতেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাইতেতিয়াই , ঠিক সেই...

লেখকঃ মূল (ইংৰাজী) : As I grew Older (লেংষ্ট'ন হিউজ) সম্পূৰ্ণ পঢ়ক →
কবিতা ২৩ মাৰ্চ, ২০২২

সৰস্বতী

নৃপেন গোস্বামীকঠাল গুটিয়াবোৰে কুটি খোৱা দিনৰ কথাসুলভ নোহোৱা পাতবোৰ কুটি কুটিআমালৈ নমাইছিল এন্ধাৰআচলতে এই পাতবোৰতে আছিলজ্ঞানৰয'ত থুপবান্ধি...

লেখকঃ নৃপেন গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৩ মাৰ্চ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৰঘুবংশ : অধ্যয় ১||৬১)হে মন্ত্ৰকুশল!আপোনাৰ অদৃশ্য শত্ৰুবিনাশন মন্ত্ৰইনিৰন্তৰ বিনাশ কৰে মোৰ শতৰু সৰ্বত্ৰ...

লেখকঃ মূল: মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
গল্প ২২ মাৰ্চ, ২০২২

জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি ডিজাইনাৰ...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
গল্প ২১ মাৰ্চ, ২০২২

ওপৰঞ্চি শক্তিৰ সহায়

অভিজিত শৰ্মা বৰুৱা ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্ৰিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি সচেতনভাৱে...

লেখকঃ অভিজিত শৰ্মা বৰুৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২ মাৰ্চ, ২০২২

অন্যযুগৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান

যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →