৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৭ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
শিশুজগত ১৫ ফেব্ৰুৱাৰী, ২০২৪

ওমলা-পদ্য

অৰুণ গগৈ ঔ গছত মৌ আছেপাতি থৈছে টৌগছ বগাই ভালুকেখাই আছে মৌ ৷বাগৰ সলাই মলুৱাইমাৰিছে টোপনিগুণগুণাই ভোমোৰাইকৰিছে আমনি ৷মাছ নাপাই মেকুৰীয়েগিলিলে...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৫ ফেব্ৰুৱাৰী, ২০২৪

চুলি

উৰ্মি জুলী শইকীয়াপাহৰণি নহয় এটা দুখ সৰি পৰা চুলিৰ দুখবোৰকসৰিবলৈ নিদিয়ে হৃদয়ে চুলিখিনিৰে কিবা কৰাটো মোৰ অজুহাতহেআচলতে সেইখিনিতো আয়ুস...

লেখকঃ উৰ্মি জুলী শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২ ফেব্ৰুৱাৰী, ২০২৪

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী প্ৰথম অধ্যায় (১) মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি ল’লেই...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২ ফেব্ৰুৱাৰী, ২০২৪

অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২ ফেব্ৰুৱাৰী, ২০২৪

৩০ জানুৱাৰি harekrishna-deka-poem-march-2024

হৰেকৃষ্ণ ডেকা তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো তোমাৰ চৰম ত্যাগৰ দিন৷ এটা ভাৰতীয় দিন অগণন ভাৰতীয়ই তোমাৰ নামত উছৰ্গা কৰিছিল৷ এজন ভাৰতীয়ই...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ জানুৱাৰী, ২০২৪

কেৰিবিয়ান ক্ৰিকেটত নতুন 'ছামাৰ'

যুগললোচন দাস কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহি�...

লেখকঃ যুগললোচন দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ জানুৱাৰী, ২০২৪

চুপ্ : এক প্ৰহসন

নীলোৎপল বৰুৱা(যোৱা সংখ্যাৰ পৰা)‘চুপ্ : এক প্ৰহসন’ৰ প্ৰথম এক পঞ্চমাংশৰ ফৰ্মেশ্বনটোৰ মূল নাটকৰ কাহিনীৰ সৈতে সংগতি নাই। যদিহে সাৰাৎসাৰৰ সৈতে...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ৩১ জানুৱাৰী, ২০২৪

প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অৰ্থনীতি

ড° ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত অৰ্থনীতিবিদ “উইল কেণ্টনে” (Will Kenton) “ইনবেষ্টোপেডিয়া” নামৰ ৱেৱপেজটোত অৰ্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ জানুৱাৰী, ২০২৪

সুখী জীৱনৰ বাবে

প্ৰাঞ্জল বেজবৰা মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ...

লেখকঃ প্ৰাঞ্জল বেজবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৪

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী জপনা মুখৰ আলাপ : ‘আত্মজীৱনী’ বা ‘আত্মকথা’ লিখাৰ ধাৰণা এটা আগতে মনলৈ অহাই নাছিল৷ কিন্তু সৰুৰে পৰাই কিতাপৰ প্ৰতি প্ৰৱল ধাউতি...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩০ জানুৱাৰী, ২০২৪

কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ অসমীয়া অনুবাদ অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস (প্ৰথম...

লেখকঃ বিৰিঞ্চিকুমাৰ দাস সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২৪

চেলিন ছঙৰ পাষ্ট লাইভছ্

নিজৰা ৰাজকুমাৰী শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন অচিনাকী...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ জানুৱাৰী, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা* ১৬ * ৰাতি টোপনি ভাল নহ'ল ষ্টেপানৰ। কেৱল মলেঁয়াৰ কথাই তেওঁক আমনি কৰি থাকিল। তাই প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰত নিশা...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ জানুৱাৰী, ২০২৪

ভাৱাল সন্ন্যাসী

অমৃত গোস্বামী আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে‌ শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ দৰেই কাহিনীটো৷‌...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ জানুৱাৰী, ২০২৪

দুখ আৰু সুখ

মূল: য়েহুদা আমিখাই অনুবাদ: অনুভৱ তুলসী দুখ আৰু সুখ যেন পানী গোটা আৰু গেছীয় দুখ আৰু সুখ একেটি পদাৰ্থৰ ইপিঠি আৰু সিপিঠি প্ৰেম আৰু অপ্ৰেম...

লেখকঃ অনুভৱ তুলসী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ জানুৱাৰী, ২০২৪

ঘৰখনক সুন্দৰ কৰি তোলোঁ আহক

নৱনীতা ভট্টাচাৰ্য্য “সমাজখন যিবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয় সেইবোৰৰ মূল উৎস হ’ল ঘৰখন৷ বিধি বা নিয়ম হ’ল ঘৰখনৰ প্ৰতিফলন৷ ঘৰুৱা জীৱন�...

লেখকঃ নৱনীতা গোস্বামী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ জানুৱাৰী, ২০২৪

ৰিংপ’হঁতৰ সপোন

অংগনা ভট্টাচাৰ্য্য আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয়...

লেখকঃ অংগনা ভট্টাচাৰ্য সম্পূৰ্ণ পঢ়ক →
গল্প ২৬ জানুৱাৰী, ২০২৪

কথাৰ বেথা

গীতিমণি গোস্বামী (বৰঠাকুৰ) বৰষুণে এৰি যোৱা নিশাহবোৰ তেতিয়া বননিত৷ গছৰ পৰা বৰষুণৰ শব্দবোৰে, বন্ধ নোহোৱা ভেকুলীৰ টোৰটোৰণি, নিশাচৰ কীট-পতংগৰ...

লেখকঃ গীতিমণি গোস্বামী (বৰঠাকুৰ) সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ জানুৱাৰী, ২০২৪

বৰষুণৰ কাপোৰ

মুনীন্দ্ৰ মহন্ত বেলগছজোপাৰ পাত কাকিনি তামোলৰ গা মাটিৰ গোন্ধ পিন্ধিছিল সকলোৱে বৰষুণৰ কাপোৰ শেৱালিজোপাত ফুল নাছিল জলফাই গছতো নাছিল ফুল হৈ...

লেখকঃ মুনীন্দ্ৰ মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ জানুৱাৰী, ২০২৪

আন্ধাৰতো যি উজ্জ্বল

জ্যোতিনীলিমা গগৈ প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে - মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে শেষবাৰৰ...

লেখকঃ জ্যোতিনীলিমা গগৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ জানুৱাৰী, ২০২৪

গোন্ধ

পল্লৱী মহন্ত অতবছৰে তাই আছিল এটা ছাঁ। ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্ৰয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া...

লেখকঃ পল্লৱী মহন্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৫ জানুৱাৰী, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷ অচিন...

লেখকঃ স্মৃতিৰেখা দেৱী সম্পূৰ্ণ পঢ়ক →